- লাডাখত ভাৰত চীন উত্তেজনাৰ মাজতে সীমান্তত ভাৰতীয় সেনাই বন্দী কৰে এজন চীনা সেনাক ৷
- এই তথ্য সদৰী কৰিছে ANIয়ে ৷
- ANI ৰ দিয়া তথ্য অনুসৰি চীনা সেনাজন ভূলঃবশত ভাৰত সীমান্তত প্ৰবেশ কৰিছিল।
- এক বিশেষ সূত্ৰৰ মতে সকলো জৰুৰীকালীন বৈঠক কৰাৰ পাছতহে চীনা সেনাজনক পুনৰ ঘুৰাই পঠোৱা হ’ব ।
- লগতে চীনৰ সেনা জনৰ লগত দেশখনৰ পীপুল্স লিবাৰেশ্যন আৰ্মীৰ বহু নথি উদ্ধাৰ কৰা হৈছে।
লাডাখত ভাৰতীয় সেনাৰ হাতত বন্দী চীনৰ সেনা
-
By publisher
- Categories: India, News
- Tags: Chinese soldier in LadakhIndia China standoffLadakhPLA Soldier
Related Content
Temperatures Rise in Several States of the Country:দেশৰ একাধিক ৰাজ্যত উষ্ণতা বৃদ্ধিত ৰেড এলাৰ্ট জাৰি
By
publisher
May 1, 2024
14 million Electric Cars Sold Worldwide in a Yearএবছৰত বিশ্বত ১.৪০ কোটি বৈদ্যুতিক গাড়ীৰ বিক্ৰী
By
publisher
May 1, 2024
State Bjp Pressmeet:কংগ্ৰেছৰ সমাবেশলৈ নাহে কোনো থলৱা ভূমিপুত্র
By
publisher
May 1, 2024
Piyanka Gandhi Visit Dhubri: ধুবুৰীত ৰকিবলৰ হৈ প্ৰচাৰ চলালে প্ৰিয়ংকা গান্ধীয়ে
By
publisher
May 1, 2024