◆ বঙাইগাঁৱৰ পঞ্জাৱ নেচনেল বেংকত অভিযুক্ত দেৱৰাজ দাসৰ নামত থকা লকাৰৰ পৰা ৯,৯৫,০০০ টকা উদ্ধাৰ কৰে চি আই ডিয়ে ।
◆ ইয়াৰ আগেয়ে দেৱৰাজৰ বৰপেটাৰ গান্ধীনগৰস্থিত বাসগৃহৰ পৰা ১,৮৩,০৫,৭০০ টকা আৰু বেংক অৱ বৰোদাৰ বৰপেটা শাখাত পত্নী তুলিকা বৰ্মনৰ নামত থকা লকাৰৰ পৰা উদ্ধাৰ হৈছিল নগদ ৪৭ লাখ টকা।
ADVERTISEMENT