ধৃত দেৱৰাজ দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত পুনৰ নগদ ধন উদ্ধাৰ

WhatsApp Image 2020 10 19 at 6.50.43 PM

◆ বঙাইগাঁৱৰ পঞ্জাৱ নেচনেল বেংকত অভিযুক্ত দেৱৰাজ দাসৰ নামত থকা লকাৰৰ পৰা ৯,৯৫,০০০ টকা উদ্ধাৰ কৰে চি আই ডিয়ে ।
◆ ইয়াৰ আগেয়ে দেৱৰাজৰ বৰপেটাৰ গান্ধীনগৰস্থিত বাসগৃহৰ পৰা ১,৮৩,০৫,৭০০ টকা আৰু বেংক অৱ বৰোদাৰ বৰপেটা শাখাত পত্নী তুলিকা বৰ্মনৰ নামত থকা লকাৰৰ পৰা উদ্ধাৰ হৈছিল নগদ ৪৭ লাখ টকা।

Exit mobile version