Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সমাগত দুৰ্গা পূজা

publisher by publisher
October 19, 2020
in Assam, Culture, News
Reading Time: 1 min read
0
সমাগত দুৰ্গা পূজা
19
SHARES
188
VIEWS
ShareShareShareShare

সমাগত দুৰ্গা পূজা ৷চলিত বৰ্ষৰ পূজাত নাই পূৰ্বৰ আনন্দ ।কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ শাৰদীয় উৎসৱ অনুষ্টুপীয়াকৈ আয়োজন কৰিব মহানগৰীৰ বৃহৎ বাজেটৰ দুৰ্গা পূজা কমিটিসমূহে। লগতে, মানি চলিব সকলো ধৰণৰ ক’ভিড প্ৰট’কল।

ADVERTISEMENT

প্ৰতিবাৰে মহানগৰীত হোৱা পূজাসমূহৰ ভিতৰত লতাশিলৰ পূজাৰ বাবে সকলোৰে উৎসুকতা থাকে। লতাশিলৰ দুৰ্গা পূজাত দেৱী দুৰ্গাক দৰ্শন কৰিবলৈ হাজাৰ হাজাৰ ভক্ত-দর্শনাৰ্থীৰ সমাগম হয়। এই সন্দৰ্ভত প্ৰচাৰ সম্পাদক বিপুল শৰ্মাই কয় ” লতাশিল খেলপথাৰ বুলি ক’লে সকলোৰে আৱেগ জড়িত হৈ আছে ৷ ইয়াত পৰম্পৰাগত বৈদিক নীতি নিয়মক অধিক গুৰত্ব দিয়া হয়।

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰশাসনিক বিষয়াৰ সালসলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

লগতে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ ৪১বছৰৰ পূৰ্বৰে কৰা দুৰ্গা পূজাৰ জাকজমকতাৰে আয়োজন কৰা হয় ৷পূজাৰ পেন্দেল সাজিবলৈ কলকতাৰ পৰা কাৰিকৰ আহে যদিও স্থানীয় লোকসকলে সহায় সহযোগ কৰে । আনহাতে প্ৰতিবছৰে কলকাতাৰ কাৰিকৰৰ দ্বাৰা ১ লাখ ২০হাজাৰ,১লাখ ৩০ হাজাৰৰ ভিতৰত মূৰ্তি নিৰ্মাণ কৰি সকলো বৈদিক নিয়মেৰে পূজা কৰা হয়।’

WhatsApp Image 2020 10 13 at 2.51.58 PM 1

এইবাৰ কৰ’নাৰ কাৰণে কেৱল ঘট্ পূজাহে কৰিব লতাশিলৰ পূজা কমিটিয়ে৷এইবাৰ কৰ’না মহামাৰীয়ে সকলোৰে আনন্দ ম্লান কৰিছে। এই সন্দৰ্ভত লতাশিলৰ প্ৰচাৰ সম্পাদক বিপুল শৰ্মাই কয় “কৰ’না মহামাৰীৰ কাৰণে এইবাৰৰ দুৰ্গা পূজাত কোনো ধৰণৰ জাকজমকতা নাই। কিন্তু কৰ’নাৰ সকলো প্ৰট’কল মানি সৰুকৈ মণ্ডপ এটা নিৰ্মাণ কৰি পূজাৰ সকলোখিনি পৰম্পৰা বৈদিক নীতি নিয়মৰ মাজেৰে অনুষ্ঠিত কৰা হ’ব ৷

লতাশিলৰ পূজা বুলি ক’লেই হাজাৰ হাজাৰ মানুহৰ সমাগম নহয়।গতিকে পূজা মণ্ডপত কাক সোমাবলৈ দিব? কাক নিদিব ?সেয়েহে মণ্ডপৰ দুয়োখন গেটেই বন্ধ থাকিব । পূজা মণ্ডপত কেৱল পূজাৰী,ঢুলীয়া,ওজাপালি,ৰান্ধনীৰ লগতে কমিটিৰ নিৰ্বাচিত কেৱল ১০-১২ জন সদস্য উপস্থিত থাকিব ৷ পৰম্পৰা ৰক্ষা কৰি ভোগ,প্ৰসাদ,অঞ্জলিৰ ব্যৱস্থা কৰা হ’ব যদিও ৰাজহুৱাভাৱে একো কৰা নহয় ৷”

এইবাৰৰ দুৰ্গা পূজাৰ বাজেট সন্দৰ্ভত বিপুল শৰ্মাই কয় “কৰ’নাৰ কাৰণে আমি চান্দা তুলিবলৈ ক’তো যোৱা নাই ।গতিকে আয়োজন কৰা পৰম্পৰাসমূহ ২ লাখ টকাৰ ভিতৰত হোৱাকৈ পৰিকল্পনা কৰিছো। যিহেতু আমাৰ জমা ধনো নাই। পূৰ্বতে আমি জমা বা ৰাহি হোৱা ধন মুখ্যমন্ত্ৰী পু্ঁজিলৈ আগবঢ়াও ,বিভিন্ন সংস্থাকো দিওঁ।” কিন্তু এইবাৰ কমিটিৰ সকলো সদস্যই মিলিয়েই দুৰ্গা পূজা আয়োজন কৰাৰ প্ৰস্তুতি কৰিছে ৷”

WhatsApp Image 2020 10 13 at 2.51.58 PM 3

ইপিনে কুমাৰপাৰাৰ বিখ্যাত নয়নতৰা ক্লাৱে প্ৰতিবছৰে এটা বিশেষ বিষয়ক লৈ পূজা অনুষ্ঠিত কৰি আহিছে ৷পৰিবেশ সংৰক্ষণ,মানৱতা আদি বিভিন্ন ধৰণৰ একোটা থিম লৈ মানুহক সজাগ কৰিব বিচাৰে পূজা কমিটিয়ে ৷ উল্লেখযোগ্য যে চলিত বৰ্ষত নয়নতৰাৰ পূজা কমিটিয়ে বৃদ্ধা আশ্ৰমক থিম হিচাপে লৈ পূজা আয়োজন কৰাৰ কথা ভাবিছিল৷

এতিয়া কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত সকলো অনুষ্টুপীয়াকৈয়ে আয়োজন কৰিছে ৷তদুপৰি বিগত বৰ্ষত কুমাৰপাৰাৰ নয়নতৰাত পিক্সেল লাইট ব্যৱহাৰ কৰি জনসাধাৰণক চমক দিছিল। কলকাটাৰ পৰা অহা কাৰিকৰে প্ৰতি বছৰে ৮০ৰ পৰা ১লাখ টকাৰ ভিতৰত প্ৰতিমা নিৰ্মাণ কৰে ৷লগতে দেৱীৰ আটক ধুনীয়া সাজ সজ্জাও আহে কলকাতাৰ পৰা ৷ লগতে পূজাৰ পেন্দেলো ৷

কিন্তু চলিত বৰ্ষত কুমাৰপাৰাৰ নয়নতৰাৰ পূজা সদস্যৰ মাচুলেৰে আয়োজন কৰিছে পূজা কমিটিয়ে । এই সন্দৰ্ভত নয়নতৰা পূজা কমিটিৰ সভাপতি গৌতম দাসে কয় যে কৰ’নাৰ কাৰণে এইবাৰ পূজা পেন্দেলৰ পৰিৱৰ্তে ১০৮ বছৰীয়া শিৱ মন্দিৰত আয়োজন কৰা হৈছে ৷মন্দিৰৰ ভিতৰত চাৰে তিনিফুটৰ এটি মূৰ্তি স্থাপন কৰি অনুষ্টুপীয়াকৈ পূজা আয়োজন কৰা হ’ব ৷

WhatsApp Image 2020 10 19 at 12.51.13 PM

এইবাৰ কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত পূজাত মন্দিৰৰ ভিতৰত কেৱল পূজাৰী আৰু সীমিত সংখ্যক কৰ্মচাৰীহে থাকিব ৷ভক্তসকলক মন্দিৰৰ বাহিৰতে পুস্পাঞ্জলী,নিৰ্মালী অৰ্পণ কৰিব। নয়নতৰা পূজা সমিতিয়ে এইবাৰ পুষ্পাঞ্জলি,আৰতিৰ সময়ত তেওঁলোকৰ ছ’চিয়েল মিডিয়াত থকা পেইজত গৈ ফেচবুক লাইভ কৰিব। যাতে সমগ্ৰ অসমবাসীয়ে এই মহামাৰীৰ সময়ত দেৱী দূর্গাৰ আশীৰ্বাদ ল’ব পাৰে।।

আনহাতে ২৬ বছৰ পুৰণি বেলতলাৰ দুৰ্গা পূজাভাগতো প্ৰতি বছৰে থিম লৈ পূজাৰ আয়োজন কৰে। এই সন্দৰ্ভত দুৰ্গা পূজা কমিটিৰ সভাপতি ভাগ্যৰাম তেৰাঙে কয় যে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰিমাণ হ্ৰাস হোৱা হ’লে এইবাৰ কৰ’নাকে থিম হিচাপে লৈ পূজা অনুষ্ঠিত কৰিলেহেঁতেন ৷লগতে বেলতলাৰ পূজাত স্থানীয় লোকসকলেই পেন্দেল প্ৰস্তুত কৰে ৷কাৰণ থলুৱা থিমসমূহত স্থানীয় লোকৰ আৱেগ জড়িত হৈ থাকে ৷ থিমসমূহে প্ৰাণ পাই উঠে।

বিগত বৰ্ষত বেলতলাৰ পূজাৰ বাজেট আছিল প্ৰায় ১৯ লাখ টকা ৷কিন্তু এইবাৰ জাকজমকতা বিহীনভাৱে পূজা কৰিব তেওঁলোকে৷ ২৬ বছৰৰ পিছত প্ৰথমবাৰৰ কাৰণে পূজা কমিটিয়ে প্ৰায় ১-২লাখ টকাৰে অনাড়ম্বৰভাৱে আয়োজন কৰিব লৈছে দুৰ্গা পূজা। এই কথা সদৰী কৰে বেলতলা দুৰ্গাপূজা সমিতিৰ সভাপতি তেৰাঙে ৷তেওঁ লগতে কয় যে প্ৰশাসনৰ সকলো ক’ভিড প্ৰতিৰোধী নীতি নিয়ম মানি চলি এইবাৰৰ দুৰ্গা পূজা আয়োজন কৰা হ’ব।

WhatsApp Image 2020 10 13 at 2.51.58 PM 4

আনহাতে গণেশগুৰিৰ গণেশমন্দিৰৰ দুৰ্গা পূজাও চলিত বৰ্ষত পৰম্পৰা ৰক্ষা কৰিহে আয়োজন কৰিব বুলি জনালে মন্দিৰৰ বিত্তীয় সম্পাদক তাপস বৈশ্যই ৷বৈশ্যই কয় “ক’ভিড ১৯ ৰ সকলো প্ৰট’কল ৰক্ষা কৰি দান বৰঙনি অবিহনে সদস্যৰ মাচুলেৰে পূজা আয়োজন কৰা হৈছে ।কিন্তু মন্দিৰৰ ডাঙৰ গেটখন বন্ধ কৰি ৰখা হ’ব৷ভক্তৰ কাৰণে কেৱল সৰু গেটখন খুলি ৰখা হ’ব ৷
অষ্টমীৰ দিনা এবাৰত পাঁচজনকৈ কেৱল ৫০ জন ভক্তক প্ৰবেশ কৰিবলৈ দিয়া হ’ব ৷মন্দিৰৰ বাহিৰত থাৰ্মেলৰ লগতে চেনিটাইজাৰৰ ব্যৱস্থা থাকিব৷ভক্তসকলক প্ৰসাদ,নিৰ্মালি পেকেটত দিয়া হ’ব ৷কিন্তু ভক্তক ফোঁট দিয়া নহ’ব ।”

পূৰ্বৰ তুলনাত চলিত বৰ্ষত ১০০ শতাংশৰ কেৱল ২৫ শতাংশ বাজেটহে ধাৰ্য কৰিছে কমিটিয়ে।এই মন্তব্য তাপস বৈশ্যৰ ৷ মালিগাঁৱৰ কালিবাৰীতো অনাড়ম্বৰভাৱে ক’ভিড প্ৰট’কল মানি চলি পূজাৰ আয়োজন কৰা হৈছে বুলি জনালে কমিটিৰ সদস্য অনিল দাসে৷ পাণ্ডু ৰেষ্টকেম্পৰ বহু পুৰণি পূজাৰ কমিটিৰ অনিল দাসে কয় যে কৰ’নাৰ প্ৰতিৰোধ সকলো প্ৰট’কল তেওঁলোকে মানি চলিব ৷ছেনিটাইজাৰ,থাৰ্মেলৰ ব্যৱস্থা থাকিব ৷সকলো ভক্তই মাস্ক পৰিধান কৰিব লাগিব ৷উল্লেখযোগ্য যে ক’ভিড ১৯ ৰ পৰিপ্ৰেক্ষিতত এইবাৰ সকলো উৎসৱ পৰম্পৰা ৰক্ষা কৰি আয়োজন কৰিছে সকলোৱে ৷তাৰ মাজতে দুৰ্গতিনাশিনী দেৱী দুৰ্গাকো বৈদিক নীতি নিয়ম মানি ক’ভিড প্ৰট’কল ৰক্ষা কৰি আদৰিবলৈ সাজু হৈছে সকলো ভক্ত।

WhatsApp Image 2020 10 13 at 2.51.58 PM 2

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamDurga PujaGuwahati
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d