ৰাছিয়াৰ মধ্যস্থতাত যুদ্ধবিৰতিৰ বাবে সেউজ সংকেত আর্মেনিয়া, আজাৰবাইজান

f5ea72ce c93a 42e2 94f7 6a05a8488504

আর্মেনিয়া আৰু আজাৰবাইজানৰ মাজত সৃষ্টি হােৱা সংঘৰ্ষৰ অচিৰে অৱসান ঘটাৰ সম্ভাৱনা আছে। ৰাছিয়াৰ মধ্যস্থতাত উভয় দেশে সাময়িকভাৱে যুদ্ধবিৰতিৰ বাবে সেউজ সংকেত দিছে। আর্মেনিয়া আৰু আজাৰবাইজানৰ বৈদেশিক মন্ত্রীৰ স’তে ৰুছ আৰু বৈদেশিক মন্ত্রীয়ে ফোনৰে বাৰ্তালাপ কৰি উভয় দেশক শান্তি প্রক্রিয়া আৰম্ভ কৰিবলৈ অনুৰােধ জনায়।

ৰুছ মধ্যস্থতাত ইতিমধ্যে আর্মেনিয়া আৰু আজাৰবাইজানে শনিবাৰে নিশা সংঘর্ষ বিৰতিৰ প্ৰতি সমর্থন ব্যক্ত কৰে বুলি ৰাছিয়াই দাবী কৰিছে। আনহাতে, উভয় দেশৰ প্রতিনিধিয়ে সংঘর্ষ বিৰতিৰ চৰ্তৰ প্রতি সহমত প্ৰকাশ কৰে ।

Exit mobile version