বজাৰত মুকলি হ’ল নতুন স্মার্টফোন HTC Desire 20+

htc desire 20 1603171185

ম’বাইল কোম্পানী HTC য়ে নতুনকৈ মুকলি কৰিলে নতুন স্মার্টফোন ।
◆ 48 MP quad camera, qualcomm snapdragon 720G processorযুক্ত স্মার্টফোনটোত আছে বহু সুবিধা ।
◆ ৬.৫ ইঞ্চিৰ এইচডি+ এলচিডি ডিচপ্লেৰ লগতে ৬ জিবি ৰম , ১২৮ জিবি ইন্টাৰনেল ষ্টৰেজ, ৫১২ জিবি পর্যন্ত memory card ৰ দ্বাৰা বঢ়াব পাৰি।
◆ ৫০০০ এমএএইচ বেটেৰীৰ স’তে ৪.০ ফাষ্ট চার্জিঙৰ ব্যৱস্থা ।
◆ লগতে ম’বাইলটোত ৱাই-ফাই, ব্লুটুথ ৫, এনএফচি, ইউএছবি টাইপ-চি, দুখন চিমৰ ব্যৱস্থা আৰু ৩.৫৫ এমএমৰ অডিঅ’ জেকৰ ব্যৱস্থা আছে।
◆ HTC Desire 20+ স্মার্টফোনৰ মূল্য প্ৰায় ২১,৬৯১ টকা
◆ টাইৱানত ২২ অক্টোবৰৰ পৰা উপলব্ধ হ’ব ।

Exit mobile version