মহানগৰীত বাঘজানৰ ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবীত প্রতিবাদ

060b831a b2d7 42aa aed2 8177c42ebeb1

মহানগৰীৰ চচলৰ ধাৰণাস্থলীত বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত অৰ্ধউলংগ প্ৰতিবাদ সাব্যস্ত কৰে।

বাঘজানৰ ক্ষতিগ্ৰস্ত পৰিয়ালক ন্যায্যপ্ৰাপ্তিৰ দাবীত  প্ৰায় অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে অৰ্ধ উলংগ প্ৰতিবাদ সাব্যস্ত কৰে ৷

শীঘ্ৰেই জুই নিৰ্বাপন আৰু ক্ষতিপূৰণৰ দাবী প্ৰতিবাদকাৰীসকলৰ।

লগতে দাবী মানি নল’লে দিল্লীত সম্পূৰ্ণ উলংগ প্ৰতিবাদৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ৷

Exit mobile version