কাৰ্বিআংলঙৰ ডিলাই আৰক্ষীৰ বৃহৎ সফলতা

60b3639d 7905 45f1 a8d6 ce3d6c804560

কাৰ্বিআংলঙৰ পৰা ডিলাই বজাৰৰ ডিলাই আৰক্ষী থানাৰ OC ৰাজু বাহাদুৰ চেট্ৰী,ASI জীতেন গগৈৰ নেতৃত্বত বৃহৎ পৰিমাণৰ Yaba Tablets উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

AS 18C-4891 নম্বৰৰ ছয় ছকীয়া এখন বাহনত প্ৰায় ২০ পেকেট অৰ্থাৎ ৪০,০০০ Yaba Tablets জব্দ কৰে আৰক্ষীয়ে।

এই সন্দৰ্ভত আৰক্ষীয়ে ৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে হুছেইন আহমেদ,নৱাজ আৰু ৱাহিদুৰক গ্ৰেপ্তাৰ কৰিছে ৷

আৰক্ষীয়ে জব্দ কৰা মাদকদ্ৰব্যখিনি গুৱাহাটীৰ পৰা নেপাললৈ লৈ যোৱা হৈছিল।

Exit mobile version