ডিফু আৰক্ষীৰ বৃহৎ অভিযান

0f32ca43 4c70 4cb2 8c75 baccd43d3634

এক গোপন সূত্ৰৰ খবৰ অনুসৰি আজি ডিফুৰ মাঞ্জা আৰক্ষী থানা আৰু DSP নাহিদ কৰিশ্মাৰ অভিযানত ১৬ টাকৈ বাঘৰ দাঁত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

এই সন্দৰ্ভত আৰক্ষীয়ে জীৱজন্তুৰ অংগৰ সৰবৰাহত জড়িত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

লগতে এই সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Exit mobile version