■ হৃদৰোগত আক্ৰান্ত কপিল দেৱ ।
■ দিল্লীৰ হস্পিতালত ভৰ্তি কৰোৱা হৈছে কপিল দেৱক ।
■ বিশ্বকাপ বিজয়ী তথা ভাৰতীয় ক্ৰিকেট দলৰ প্রাক্তন অধিনায়কগৰাকীৰ Angioplasty কৰা হৈছে ।
■ চিকিৎসালয়ৰ পৰা জনোৱা সূত্ৰ অনুসৰি, কপিলদেৱ বৰ্তমান বিপদমুক্ত আৰু শাৰীৰিক অৱস্থা স্থিতিশীল ।
■ টিনা থাকৰে নামৰ ক্ৰিয়া সাংবাদিকগৰাকীয়ে কপিল দেৱৰ অসুস্থতাৰ সন্দৰ্ভত টুইট কৰিছিল ।
হৃদৰোগত আক্ৰান্ত কপিল দেৱ
-
By publisher
- Categories: India, News
- Tags: Delhi HospitalKapil Dev
Related Content
Amitabh Ghosh wins International Erasmus Prize:লেখক অমিতাভ ঘোষলৈ আন্তর্জাতিক ইৰাছমাছ বঁটা
By
publisher
November 25, 2024
Machines in the form of God, AI Jesus in churches in Switzerland:ভগৱানৰ ৰূপত মেচিন, ছুইজাৰলেণ্ডৰ গীর্জা ঘৰত এআই যীশু
By
publisher
November 25, 2024
Heinous rape incident in Demow:শিৱসাগৰৰ ডিমৌত জঘন্য কাণ্ড
By
publisher
November 25, 2024