নগৰবেৰাত উদযাপন ৮০তম শাৰদীয় দুৰ্গাপূজা

IMG 20201024 222055

■ নগৰবেৰাত উদযাপন কৰা হৈছে ৮০তম শাৰদীয় দুৰ্গাপূজা ৷
■ ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে ক’ভিড প্ৰট’কল মানি বকোৰ নগৰবেৰাতো উদযাপন কৰা হ’ল শাৰদীয় দুৰ্গাপূজা ৷
■ জাকজমকতাৰ বিপৰীতে আধ্যাত্মিকতাক প্ৰাধান্য দি উদযাপন কৰা হ’ল মহা অষ্টমী ৷
■ প্ৰতিকূল বতৰক নেওচি দেৱীমাৰ আশীষ ল’বলৈ মহা অষ্টমীৰ দিনটোত ভিৰ কৰিলে বহু সংখ্যক ভক্ত প্ৰাণ ৰাইজে ।
■ দীৰ্ঘদিনীয়া তলাবন্ধৰ অন্তত সুদিনৰ কামনাৰে দেৱী দুৰ্গাৰ শ্ৰীচৰণত সেৱা জনালে ভক্তপ্ৰাণ ৰাইজ৷
■ উল্লেখ্য যে, পূজা উদযাপন সমিতিয়ে ক’ভিড প্ৰট’কল মানি যাৱতীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে পূজাস্থলীত।

Exit mobile version