দেশত কৰ’না ভাইৰাছৰ কিছু শেহতীয়া তথ্য

Coronavirus

■ ৫০,১২৯ জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ ঘটনা পোহৰলৈ অহাৰ পাছত দেশত মুঠ আক্রান্তৰ সংখ্যা হয়গৈ ৭৮,৬৪,৮১১ টা । ৫৭৮ জন লোক নতুনকৈ মৃত্যু হোৱাৰ পাছত ১,১৮,৫৩৪ জন । আনহাতে, বিগত ২৪ ঘণ্টাত ৬২,০৭৭ জন সুস্থ হৈ উঠিছে ।
■ দেশৰ ৬ খন ৰাজ্য মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু দিল্লীত ক’ভিড ১৯ত আক্ৰান্ত লোকৰ সুস্থতাৰ হাৰ ৬১% ।
■ বিশ্বজুৰি মুঠ কৰ’না আক্রান্তৰ সংখ্যাই ৪৩ মিলিয়নৰ ঘৰ অতিক্ৰম কৰিলে । ইয়াৰ ভিতৰত মৃতকৰ সংখ্যা ১,১৫২, ৯৭৮ জন ।

Exit mobile version