প্ৰতিষেধক জাতীয়তাবাদৰ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান মুৰব্বীৰ প্ৰতিক্ৰিয়া

h 54345257 e1533023643407

epa06747281 Tedros Adhanom Ghebreyesus, director general of the World Health Organization (WHO), attends a press conference at the European headquarters of the United Nations in Geneva, Switzerland, 18 May 2018. The WHO Director-General answered questions ahead of the World Health Assembly and following the meeting of an International Health Regulations Emergency Committee on Ebola in the Democratic Republic of the Congo. EPA-EFE/VALENTIN FLAURAUD

বিশ্বত কৰ’না আক্ৰান্তৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি অব্যাহত থকাৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান মুৰব্বী টেড্ৰোছ আধানমে দেওবাৰে কৰ’না প্ৰতিষেধকক একীভূত কৰাৰ আহ্বান জনায় ।

বাৰ্লিনত বিশ্ব স্বাস্থ্য সংস্থাৰ তিনিদিনীয়া এক সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি আধানমে কয়, দেশত প্ৰথমে নিজৰ দেশৰ নাগৰিকক ৰক্ষা কৰা উচিত । যদি আমাৰ ওচৰত প্রভাৱী প্ৰতিষেধক আছে তেন্তে ইয়াক প্ৰভাৱিত ৰূপত ব্যৱহাৰ কৰিব লাগে । ইয়াৰ উপৰিও ইয়াৰ সৰ্বোত্তম উপায় হ’ল কিছু দেশৰ সকলো লোকক প্ৰতিষেধক দিয়াৰ বিপৰীতে সকলো দেশৰ কিছু লোকক প্ৰতিষেধক দিব পাৰি । প্ৰতিষেধকৰ জাতীয়তাবাদে কেৱল মহামাৰীক দীর্ঘৰূপ দিব, ক্ষণস্থায়ী নকৰে ।

লগতে তেওঁ কয় যে, প্ৰতিষেধক বিশ্বজনীন হোৱা উচিত। জীৱন ৰক্ষাতকৈ ওপৰত প্ৰতিষেধক, পৰীক্ষা আৰু থেৰাপী । এইকেইটা হ’ল অৰ্থনীতি আৰু সমাজৰ ৰক্ষাকৰ্তা ।

Exit mobile version