■ দীৰ্ঘদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ থকাৰ পিছত দেওবাৰে ডিচাৰ্জ দিয়া হয় ৰাজ্যৰ প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক।
■ প্ৰায় ৬০ দিন ধৰি চিকিৎসাধীন হৈ আছিল গগৈ ।
■ মেডিকেল কলেজৰ চিকিৎসকৰ তত্বাৱধানত গগৈৰ চৰকাৰী বাসভৱনত প্ৰয়োজনীয় চিকিৎসা চলি থাকিব ।
■ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত টুইটাৰযোগে সদৰী কৰাৰ লগতে প্রাক্তন মুখ্যমন্ত্ৰীগৰাকীক শুভকামনা জনায়।
প্ৰায় ৬০ দিন চিকিৎসাধীন হৈ থকাৰ পিছত দেওবাৰে ঘৰলৈ উভতিল তৰুণ গগৈ
