৮ লাখতকৈ অধিক Baleno গাড়ী বিক্ৰীৰে মাৰুতি চুজুকীৰ সাফল্য

maruti baleno2

■ বিগত ৫ বছৰত মাৰুতি চুজুকীৰ বৃহৎ সাফল্য।
■ ৮ লাখতকৈ অধিক Baleno বিক্ৰীৰে শ্ৰেষ্ঠত্ব অৰ্জন মাৰুতি চুজুকীৰ।
■ ২০১৫ তে বজাৰত মুকলি হৈছিল মাৰুতি চুজুকীৰ আকর্ষণীয় গাড়ী Baleno .
■Nexa কোম্পানীৰ অধীনত চলিত বছৰৰ ছেপ্টেম্বৰত ১৯,৪৩৩ ইউনিট Maruti Suzuki Baleno বিক্ৰী কৰিবলৈ সক্ষম হয় ।
■ গাড়ীখনৰ মূল্য আৰম্ভ হয় ৫.৬৪ লাখৰ পৰা ।

Exit mobile version