আজি বিজয়া দশমী

durga puja image

■ আজি বিজয়া দশমী। পৃথিৱী এৰি আজি দেৱী দুৰ্গাই গমন কৰিব।

■ এইবাৰ ক’ৰনা পৰিস্থিতিৰ বাবে বহু বিধি নিষেধৰ মাজেৰে দুৰ্গা পূজা অনুষ্ঠিত কৰা হয় ।

■ পৰিস্থিতিৰ বাবে এইবাৰ পূজা কিছু সেমেকা ।

■ এইবেলী দেৱীৰ দোলাত পৃথিৱীলৈ আগমন হৈছিল যদিও গমন কৰিব হাতীৰে।

■ ৰাজ্যৰ সকলো জিলাতে দেৱীৰ বিসৰ্জনক লৈ প্ৰশাসনে যথেষ্ট সৰ্তকতা অৱলম্বন কৰিছে।

■ মহানগৰ প্ৰশাসনে নিয়ম বান্ধি দিয়া নিয়ম অনুসৰি, প্ৰতিটো মূৰ্তি বিসৰ্জনৰ বাবে ১০জন লোকহে যাব পাৰিব।

Exit mobile version