অতি শীঘ্ৰেই বজাৰত মুকলি হ’ব আকৰ্ষণীয় স্মার্টফোন OnePlus Nord N10 5G আৰু Nord N100

WhatsApp Image 2020 10 27 at 5.10.38 PM

■ অতি সোনকালেই OnePlus কোম্পানীয়ে বজাৰত মুকলি কৰিব আকর্ষণীয় স্মাৰ্ট ফোন OnePlus Nord N10 আৰু Nord N100.
■ OnePlus Nord N10 স্মাৰ্টফোন 5 জি সেৱা আৰু 90Hz ডিচপ্লেৰ স’তে উপলব্ধ।
■ অন্যহাতে, OnePlus Nord N100 4G LTE আৰু ষ্টেণ্ডাৰ্ড LCD panelৰ স’তে উপলব্ধ।
■ OnePlus Nord N10 5G স্মাৰ্টফোনৰ মূল্য ৩২,০০০ ।
■ OnePlus Nord N100স্মার্টফোনৰ মূল্য ১৭,৩০০ টকা ।
■ দুয়োটা স্মার্টফোন এটা ৰঙতেই উপলব্ধ হ’ব ।
■ দুয়োটা স্মার্টফোন মুকলিৰ দিন এই পর্যন্ত কোম্পানীয়ে চূড়ান্ত কৰা নাই ।
■ শেহতীয়াকৈ জুলাইত ভাৰতত OnePlus Nord স্মার্টফোন মুকলি কৰা হৈছিল আৰু স্মাৰ্টফোনটোৰ মূল্য আৰম্ভ হয় ২৪,৯৯৯ টকাৰ পৰা ।

Exit mobile version