- টেট উত্তীৰ্ণ নিয়মীয়া ডি এল এডৰ ২০১৮-২০২০ বৰ্ষৰ প্ৰশিক্ষাৰ্থীৰ প্ৰতিবাদত উত্তাল কাহিলাপাৰা শিক্ষা সঞ্চালকালয় ৷
- SCERTৰ অধীনৰ ডি এল এড, গুৱাহাটী আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বি এড প্ৰাৰ্থী সকলক টেট আবেদনৰ অনলাইন ব্যৱস্থা চাৰি দিনৰ বাবে মুকলি কৰাৰ দাবী ৷
- শিক্ষা বিভাগৰ ৯,৮৮২ টা নিযুক্তি পদত প্ৰায় পাঁচ প্ৰাৰ্থী বঞ্চিত কৰাৰ অভিযোগ ৷
- ডি এল এড, বি এডৰ পৰীক্ষা ফলাফল কৰ’নাৰ বাবে লেহেমীয়া হোৱাৰ বাবেই আবেদনৰ পৰা বঞ্চিত হৈছিল SCERTৰ অধীনৰ আৰু গুৱাহাটী আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰাৰ্থী ৷
শিক্ষক নিযুক্তিত আবেদন কৰিব নোৱাৰা টেট উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ প্ৰতিবাদত উত্তাল শিক্ষা সঞ্চালকালয় কাৰ্যলয়
