Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দুর্গোৎসৱত মহানগৰীত যান-বাহন আইন উলংঘাৰ ২৮শটা ঘটনা

publisher by publisher
October 28, 2020
in Assam, News, Puja
Reading Time: 1 min read
0
দুর্গোৎসৱত মহানগৰীত যান-বাহন আইন উলংঘাৰ ২৮শটা ঘটনা
2
SHARES
15
VIEWS
ShareShareShareShare

ক’ভিডৰ নীতি-নির্দেশনাৰ মাজেৰে অনুষ্টুপীয়াকৈ আয়ােজিত এইবাৰ দুর্গা পূজাৰ দিনকেইটাত ৰাজধানী মহানগৰীত ব্যাপক হাৰত উলংঘা হয় যান-বাহন আইন। বর্ষাবিঘ্নিত সেমেকা পৰিৱেশত ষষ্ঠীৰ বেদীত দেৱী দুর্গা প্রতিমা প্রতিষ্ঠা কৰাৰ পৰা দশমীৰ বিসর্জন পর্যন্ত সীমিত আনন্দ-উল্লাসৰ মাজেৰে ৰাজ্যবাসীয়ে উদযাপন কৰা এইবাৰ দুর্গোৎসৱৰ দিনকেইটাত মহানগৰীত সৰ্বমুঠ ২,৮৫৪টা আইন উলংঘাৰ ঘটনা সংঘটিত হােৱা বুলি আৰক্ষী সূত্রই সদৰী কৰিছে ।

ADVERTISEMENT

অৱশ্যে ইয়াৰে ৪৬০টা ঘটনাৰ বাবদ যান-বাহন আৰক্ষীয়ে জৰিমনা সংগ্রহ কৰাৰ বিপৰীতে ২,৩৯৪ টা ঘটনা আদালতলৈ প্ৰেৰণ কৰে । মহানগৰ যান-বাহন আৰক্ষীৰ শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি, যােৱা এসপ্তাহত অর্থাৎ ২০ অক্টোবৰৰ পৰা কালি পর্যন্ত মহানগৰীত মুঠ ৩,৪৯৪টা যান-বাহন আইন উলংঘাৰ ঘটনা সংঘটিত হৈছে আৰু ইয়াৰে ৬৮০ টা ঘটনাৰ বিনিময়ত মুঠ ৭ লাখ ৪৪ হেজাৰ টকা জৰিমনা সংগ্ৰহ কৰা হৈছে ।

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰশাসনিক বিষয়াৰ সালসলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

এই এসপ্তাহত মুঠ ২৬৪ খন বাহন জব্দ কৰাৰ বিপৰীতে আদালতলৈ মুঠ ২,৮১৪ গােচৰ প্ৰেৰণ কৰা হৈছে বুলি সূত্ৰটোৱে সদৰী কৰে । শাৰদীয় দুর্গোৎসৱৰ পাঁচটা দিনত মহানগৰ যান-বাহন আৰক্ষীয়ে ১৯২ খন বাহন জব্দ কৰাৰ তথ্য সদৰী কৰিছে। ষষ্ঠীৰ দিনটো অর্থাৎ ২২ অক্টোবৰত ১১৪ টা আইন ভংগৰ ঘটনাৰ বিপৰীতে এক লাখ চাৰি হেজাৰ পাঁচশ টকা জৰিমনা সংগ্রহ কৰাৰ লগতে ৩৯ খন বাহন জব্দ আৰু ২০৯ টা ঘটনা আদালতলৈ প্ৰেৰণ কৰে ।

একেদৰে সপ্তমীৰ দিনটোত ৯৮ টা ঘটনাৰ বিপৰীতে এক লাখ ১৬ হেজাৰ জৰিমনা, ৫১৯টা ঘটনা আদালতলৈ আৰু ৫০ খন বাহন জব্দ, ২৪ অক্টোবৰ তথা অষ্টমীৰ দিনত ৯৬ টা ঘটনাৰ বিপৰীতে এক লাখ ২৪ হেজাৰ জৰিমনা, ২৬ খন বাহন জব্দ, ৭৪৬টা ঘটনা আদালতলৈ প্ৰেৰণ কৰে যান-বাহন আৰক্ষীয়ে ।

উল্লেখ্য যে নৱমীৰ দিনটোত মহানগৰীত কিছু পৰিমাণে জন সমাগম সৃষ্টি হৈছিল যদিও নাছিল পূর্বৰ পূজাৰ পৰিৱেশ। এই দিনটোতাে যান-বাহন আৰক্ষীয়ে সর্বাধিক এক লাখ ৪৩ হেজাৰ জৰিমনা ১০১ টা ঘটনাৰ বাবদ সংগ্রহ কৰাৰ সমান্তৰালভাৱে ৫৭১ টা আইন ভংগৰ ঘটনা আদালতলৈ প্ৰেৰণ কৰি ৪৭ খন বাহন জব্দ কৰে। একেদৰে দশমী তথা কালিৰ দিনটোত মহানগৰৰ যান-বাহন আৰক্ষীয়ে ৫১ টা ঘটনাৰ বাবদ ৫৬ হেজাৰ জৰিমনা সংগ্রহ, ১৯৬ টা ঘটনা আদালতলৈ প্ৰেৰণ আৰু ৩০ খন বাহন জব্দ কৰে ।

ইফালে, পূজাৰ দিনকেইটাত মহানগৰীৰ তিনি আৰক্ষী জিলাত সৰ্বমুঠ ১৭ টা পথ দুর্ঘটনা সংঘটিত হয়। ইয়াতে তিনিটা ভয়ংকৰ পথ দুর্ঘটনাত পৃথকে পৃথকে তিনিজন লােকে মৃত্যুক আঁকোৱালি লােৱাৰ বিপৰীতে অন্য ১৪ টা পথ দুর্ঘটনাত ১২জন লোেক আঘাতপ্রাপ্ত হয় ।

আৰক্ষী সূত্রই প্রকাশ কৰা তথ্য অনুসৰি, নুনমাটি, জালুকবাৰী আৰক্ষী থানা আৰু জালুকবাৰী আৰক্ষী চকীৰ অন্তৰ্গত তিনিস্থানত সংঘটিত পৃথক দুর্ঘটনাত তিনিজন লােকৰ মৃত্যু হােৱাৰ বিপৰীতে সংশ্লিষ্ট থানা তথা পাণবজাৰত এটা, বশিষ্ঠত দুটা, সােণাপুৰত এটা, জালুকবাৰীত পাঁচটা, জালুকবাৰী (আৰক্ষী চকী)ত তিনিটা আৰু আজাৰা আৰক্ষী থানাৰ অন্তৰ্গত স্থানত সংঘটিত দুটা দুর্ঘটনাসহ মুঠ ১৪ টা দুর্ঘটনাত ১২ জন লােক আঘাতপ্রাপ্ত হােৱাৰ তথ্য সদৰী কৰিছে যান-বাহন আৰক্ষীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamGuwahati
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d