এছ আই কেলেংকাৰী : ভঙা মোবাইল বিচাৰি নদীত অভিযান

sanjit krishna

■ প্ৰশ্ন কাকতৰ ফটো তোলা মোবাইল ফোন ভাঙি নদীত পেলাই দিয়া হৈছিল।
■ ধৃত আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণৰ নিৰ্দেশত এই কুকাৰ্য সংঘটিত হয় ।
■ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত টুকুৰা টুকুৰকৈ ভাঙিছিল দুই দেহৰক্ষীয়ে ।
■ দুই দেহৰক্ষীক লগত লৈ চিআইডিৰ অভিযান।

Exit mobile version