- অহা ৬ নৱেম্বৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান ৷
- এই কথা সদৰী কৰিছে বন বিভাগে ৷ এই সন্দৰ্ভত জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়লৈ এক বিজ্ঞপ্তি প্ৰেৰণ কৰে বন বিভাগে ৷
- উল্লেখ্য যে, বন বিভাগৰ বিজ্ঞপ্তি অনুসৰি যোৱা কিছুদিন ধৰি হোৱা নেৰানপেৰা বৰষুণৰ ফলত ৰাষ্ট্ৰীয় উদ্যানখনৰ পথ ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যানখনৰ সকলো পৰ্যটন স্থান পৰ্যটকসকলৰ বাবে মুকলি কৰি দিব পৰা নাযাব।
দীৰ্ঘদিনৰ দিনৰ পাছত অহা ৬ নৱেম্বৰৰ পৰা মুকলি হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান
