‘ফ্লিপকাৰ্ট বিগ দিৱালী চেল ২০২০’ : আকর্ষণীয় অফাৰৰ স’তে কম মূল্যতে আপুনি কিনিব পাৰে ম’বাইল ফোন, লেপটপ আৰু অন্যান্য

WhatsApp Image 2020 10 29 at 4.53.37 PM

■ বহু আকৰ্ষণীয় অফাৰৰ স’তে আৰম্ভ হ’ল ফ্লিপকাৰ্ট বিগ দিৱালী চেল ২০২০ ।
■ দিপাৱলী উপলক্ষে আগবঢ়োৱা বিভিন্ন ৰেহাই আৰু পেমেণ্ট অফাৰ অন্তৰ্ভুক্ত কৰিছে ।
■ এক্সিছ বেংকৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰী সকলে ১০ শতাংশ ৰেহাই লাভ কৰিব ।
■ ফ্লিপকাৰ্টৰ বিগ দিৱালী চেল ৪ নৱেম্বৰ পর্যন্ত চলি থাকিব।
■ অফাৰৰ সময়ছোৱাত স্মার্টফোন, লেপটপ, টিভি, হেডফ’নকে ধৰি বহু বৈদ্যুতিক সা-সৰঞ্জামত বহু ৰেহাই লাভ কৰিব গ্ৰাহকে ।
■ Apple iphone XR ফোনত বহু শতাংশ ৰেহাই মূল্যত ফ্লিপকাৰ্টত উপলব্ধ। iphone XR 64GB বৰ্তমানৰ মূল্য ৩৯,৯৯৯ টকা।
■ iphone SE 64GB, Samsung Galaxy S20+, Samsung Galaxy Note 10+, iPhone 11 Pro, LG G8X ThinQ, Poco ME Pro, Moto G9, Apple AirPods Pro ম’বাইল সম্প্ৰতি বহু শতাংশ ৰেহাইৰ স’তে উপলব্ধ ফ্লিপকাৰ্টত ।

Exit mobile version