মূল্যবৃদ্ধিৰ বিৰুদ্ধে বেলতলাত প্ৰতিবাদ

46e40e98 110f 4f11 944a b158ef0b4581

বেলতলা বজাৰত মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ ৷

মূল্যবৃদ্ধিৰ বিৰোধিতাৰে ওলাই আহিছে স্থানীয় মহিলা ৷

শাক-পাছলি ব্যৱসায়ীৰ সতে তৰ্কযুদ্ধত লিপ্ত একাংশ মহিলাৰ |

যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীক তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীয়ে।

লগতে যোগানমন্ত্ৰী বাসভৱন ঘেৰাও কৰাৰ হুংকাৰ |

Exit mobile version