চুক্তিভংগৰ অভিযোগ : ISRO ৰ বাণিজ্যিক শাখাক ক্ষতিপূৰণ দিবলৈ ক’লে আমেৰিকাৰ আদালতে

image 3

উপগ্ৰহ চুক্তি ভংগৰ অভিযোগত ISROৰ বাণিজ্যিক শাখা antrix cooperationয়ে ক্ষতিপূৰণ হিচাপে দিব লাগিব ১২০ কোটি আমেৰিকান ডলাৰ । বাংগালুৰুৰ সংস্থা দেভাস মাল্টিমিডিয়াৰ স’তে ২০০৫ ত চুক্তিবদ্ধ হৈছিল antrics a । চুক্তি অনুযায়ী দেভাসক দুটা কৃত্ৰিম উপগ্ৰহ প্ৰস্তুত, উৎক্ষেপন, পৰিচালনাৰ বাবে ৭০ মেগাহাৰ্টজ দিয়া হৈছিল ।

অভিযোগ মতে,২০১১ ত সেই চুক্তি বাতিল কৰে Antrixএ । ইয়াৰ পাছতে Devasয়ে Antrixৰ বিৰুদ্ধে আইনী ব্যৱস্থা হাতত লয়। এই সন্দৰ্ভত আমেৰিকাৰ জিলা ন্যায়ালয়ে ২৭ অক্টোবৰত শুনানি ঘোষণা কৰে যে, Antrixয়ে Devas Multimediaক ১২০ কোটি আমেৰিকান ডলাৰ ক্ষতিপূৰণ দিব লাগিব ।

Exit mobile version