Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দেশজুৰি হঠাৎ হ্ৰাস পালে কণীৰ মূল্য ! 

    দেশজুৰি হঠাৎ হ্ৰাস পালে কণীৰ মূল্য ! 

    ইৰাকৰ জলসীমাত তেলবাহী দুখন টেংকাৰত আক্ৰমণ!

    Bijni Ex. MP Hira Sarania:বিজনীত নৱ কুমাৰ শৰণীয়াৰ জিএছপিয়ে আগবঢ়াব প্ৰাৰ্থীত্ব

    Ragging Incident in Cachar :কাছাৰত ৰেগিঙৰ অত্যাচাৰৰ বলি নৱোদয় বিদ্যালয়ৰ নবম শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু

    Dibrugarh university :ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সভাক আলোচনালৈ আমন্ত্ৰণ কৰি অপমান শিক্ষামন্ত্ৰীৰ

    দূষিত গাখীৰৰ সন্দেহ! অন্ধ্ৰপ্ৰদেশত ১৩ জনৰ মৃত্যু, বহু লোক অসুস্থ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ভাৰতৰ আক্ৰমণৰ ভয়ত থৰথৰাই কঁপিছিল পাক সেনাপ্রধান বাজৱা

publisher by publisher
October 30, 2020
in India, News
Reading Time: 1 min read
0
ভাৰতৰ আক্ৰমণৰ ভয়ত থৰথৰাই কঁপিছিল পাক সেনাপ্রধান বাজৱা
2
SHARES
15
VIEWS
ShareShareShareShare

বিদেশ মন্ত্রীয়ে কৈছিল ঃ ঈশ্বৰৰ শপত অভিনন্দনক যাবলৈ দিয়ক

ADVERTISEMENT

ভাৰতৰ প্ৰত্যাক্ৰমণৰ ভয়তহে উইং কমাণ্ডাৰ অভিনন্দন বর্তমানক মুক্তি দিবলৈ বাধ্য হৈছিল ইমৰান খান চৰকাৰে। বিৰােধী দল পাকিস্তান মুছলিম লীগৰ নেতা তথা সাংসদ চৰ্দাৰ আয়াজ চাদিকে পাকিস্তানৰ সংসদত দিয়া এক বক্তৃতাত এই তথ্য প্রকাশ কৰে। বিৰােধী নেতাজনে বক্তৃতাত উল্লেখ কৰে যে বিদেশ মন্ত্রী শ্বাহ মেহমুদ কুৰেশ্বিয়ে ভাৰতৰ সম্ভাব্য আক্রমণৰ কথা জনাই অভিনন্দনক মুক্তি দিবলৈ গ্রহণ কৰা সিদ্ধান্তৰ কথা ঘােষণা কৰিছিল।

RelatedPosts

Pakistan : শান্তি ঘূৰাই আনিবলৈ আলোচনাৰ বার্তা পাক সেনাপ্রধানৰ

তালিবানৰ উত্থানত শংকিত পাকিস্তানী সেনা, কাটাৰ পালেগৈ সেনাপ্রধান বাজৱা

পাকিস্তানৰ সংসদৰ নিম্ন সদন নেচনেল এছেম্বলীত দিয়া বক্তৃতাত সাংসদ চাদিকে কয়, ভাৰতৰ আক্ৰমণৰ ভয়ত সেইদিনা পাক সেনাপ্রধান কমৰ জাভেদ বাজৱাৰ ভৰি থৰথৰাই কঁপিছিল । ইতিপূর্বে ইমৰান খান চৰকাৰে অভিনন্দনক ‘সৌজন্যতা’ৰ বার্তা দিয়াৰ উদ্দেশ্যেহে মুকলি কৰি দিয়া বুলি সদৰী কৰিছিল; কিন্তু সাংসদজনে স্বয়ং সংসদতে এনেদৰে ইমৰান খান চৰকাৰৰ মুখা খুলি দিয়ে।

উল্লেখ্য যে যােৱা বছৰৰ ২৬ ফেব্ৰুৱাৰীত পাকিস্তানৰ খাইবাৰ-পাখতুন যােৱা প্ৰদেশস্থিত বালাকোটত থকা জইছ-ই-মহম্মদৰ সন্ত্রাসবাদীৰ শিবিৰত ভাৰতীয় বায়ুসেনাৰ মিজ-২০০০ যুদ্ধ বিমানে বােমা বর্ষণ কৰিছিল । ইয়াৰ উত্তৰত ২৭ ফেব্ৰুৱাৰীত ভাৰতীয় আকাশ সীমা লংঘন কৰাৰ চেষ্টা চলায় পাক বায়ুসেনাই । সেই সময়ত পাকিস্তানৰ এফ-১৬ বিমানক মিগ-২১ বাইচন যুদ্ধ বিমান এখনৰে খেদি যায় উইং কমাণ্ডাৰ অভিনন্দন বর্তমানে। অভিনন্দনে এফ-১৬খনক খেদি যােৱাৰ সময়ত পাক অধিকৃত কাশ্মীৰত প্ৰৱেশ কৰে।

পাকিস্তানৰ আক্ৰমণত এটা সময়ত আহত অৱস্থাত পাক সেনাৰ হাতত বন্দী হয় অভিনন্দন। বক্তাক্ত অভিনন্দনৰ বহুকেইখন ছবি আৰু ভিডিঅ’ সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়াত প্রকাশ কৰে পাক সেনাই। প্রায় ৬০ ঘণ্টাৰ অনিশ্চয়তাৰ পাছত পহিলা মার্চত অভিনন্দনক মুক্তি দিয়ে পাক সেনাই। ৱাঘা সীমান্তত ভাৰতীয় কর্তৃপক্ষৰ হাতত গতাই দিয়া হয় অভিনন্দনক ।

নেচনেল এছেম্বলীৰ অধ্যক্ষ হিচাপে ইতিপূর্বে কার্যনির্বাহ কৰা সাংসদ চাদিকে আৰু জনােৱা অনুসৰি, ভাৰতে বালাকোটত অভিযান চলােৱাৰ পাছত তথা অভিনন্দন বন্দী হােৱাত বিদেশ মন্ত্রী কুৰেশ্বিয়ে পাক সংসদৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰে বৈঠকত বহে। বৈঠকলৈ সেনাপ্রধান বাজৱাও আহিছিল যদিও প্রধানমন্ত্রী ইমৰান খানে অন্তিম সময়ত বৈঠকত উপস্থিত নথকাৰ সিদ্ধান্ত লয় ।

বৈঠকত নিজেও উপস্থিত থকাৰ অভিজ্ঞতা ব্যক্ত কৰি সাংসদ চাদিকে কয়, ‘মই সেইদিনাৰ বৈঠকত আছিলাে। স্পষ্টভাৱে মােৰ মনত আছে সেনাপ্রধান বাজৱাই যেতিয়া বৈঠকত প্রৱেশ কৰিছিল সেই সময়ত তেওঁৰ ভৰি কঁপিছিল। সেনাপ্রধানজনে প্ৰচুৰভাৱে ঘামিছিলাে ।

কুৰেশ্বিয়ে কৈছিল— ঈশ্বৰৰ শপত অভিনন্দনক যাবলৈ দিয়ক। তেওঁক এৰি নিদিলে আজি নিশা ১০ বজাত ভাৰতীয় সেনাই আমাক আক্রমণ কৰিব। অৱশ্যে অভিন্দনৰ মুক্তিৰ পাছত ইমৰান খানে প্রতিবেশীক সৌজন্যতাৰ বার্তা দিয়াৰ উদ্দেশ্যেহে এনে সিদ্ধান্ত লােৱা বুলি দাবী কৰিছিল।

ভাৰতীয় বায়ুসেনাৰ প্রাক্তন মুৰব্বী বি এছ ধন’ৱাই সাংসদ চাদিকৰ মন্তব্যৰ প্রতিক্রিয়া  প্রকাশ কৰি কয়, অভিনন্দনক মুক্তি দিয়াৰ বাহিৰে পাকিস্তানৰ ওচৰত আৰু কোনাে পথ নাছিল । সেই সময়ত ভাৰতীয় বায়ু, নৌ আৰু স্থল সেনাই পাকিস্তানৰ বিৰুদ্ধে আক্রমণৰ বাবে সাজু আছিল । ১৯৯৯ত কার্গিল যুদ্ধৰ সময়ত বন্দী হােৱা বায়ুসেনাৰ পাইলট অক্ষয় আহুজাক হত্যা কৰিছিল পাক সেনাই ।

অভিনন্দনৰ পিতৃৰ প্ৰাক্তন সহকর্মী ধন’ৱাই আৰু কয়, “অভিনন্দন ধৰা পৰাৰ কথা জনাৰ সময়ত মই অভিনন্দনৰ পিতৃক প্রতিশ্রুতি দিছিলাে যে অজয়ক ওভতাই আনিব নােৱাৰিলাে, কিন্তু অভিনন্দনক ওভতাই আনিমেই।” কুৰেশ্বিয়ে যেতিয়া অভিনন্দনক মুক্তি দিয়াৰ কথা জনাইছিল সেই সময়ত বিৰােধীয়ে পূর্ণ সমর্থন জনােৱাৰ কথাও সাংসদ চাদিকে সদৰী কৰিছে, কিন্তু বর্তমান পাক চৰকাৰ অথবা সেনাপ্রধানক কোনাে অৱস্থাতে বিৰােধীয়ে সহযােগ নকৰে বুলি চাদিকে জনায়।

সম্প্রতি ইমৰান চৰকাৰক উৎখাত কৰিবলৈ বিৰােধী শক্তি সন্মিলিতভাৱে আগবাঢ়িছে। ইফালে, সাংসদ চাদিকৰ এই বক্তৃতাৰ পাছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ।

এক টুইট কৰি নড্ডাই কয়, কংগ্রেছ তথা ৰাহুল গান্ধীয়ে কোনাে কথাতে ভাৰতীয়সকলক বিশ্বাস নকৰে; কিন্তু এই কথা কোনাে ভাৰতীয় অথবা আমাৰ সেনা, আমাৰ চৰকাৰ, আমাৰ নাগৰিকে কোৱা নাই। কংগ্ৰেছৰ সবাতােকৈ বিশ্বাসযােগ্য ৰাষ্ট্র পাকিস্তানে কৈছে। আশা কৰিছাে ইয়াৰ পাছত ৰাহুল গান্ধীয়ে কিছু পােহৰ দেখা পাব।

কংগ্ৰেছে ভাৰতীয় সেনা বাহিনীক দুর্বল কৰাৰ প্রচেষ্টা চলাই আছে বুলি অভিযােগ কৰি নড্ডাই লগতে কয় যে সেনাৰ বীৰত্বক লৈও প্রশ্নৰ উত্থাপন কৰাত ৰাজনৈতিক শাস্তি হিচাপে দলটোক ভাৰতীয় জনগণে অগ্রাহ্য কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Abhinandan VarthamanQamar Javed Bajwa
publisher

publisher

Related Posts

দেশজুৰি হঠাৎ হ্ৰাস পালে কণীৰ মূল্য ! 
India

দেশজুৰি হঠাৎ হ্ৰাস পালে কণীৰ মূল্য ! 

March 12, 2026
ইৰাকৰ জলসীমাত তেলবাহী দুখন টেংকাৰত আক্ৰমণ!
News

ইৰাকৰ জলসীমাত তেলবাহী দুখন টেংকাৰত আক্ৰমণ!

March 12, 2026
Bijni Ex. MP Hira Sarania:বিজনীত নৱ কুমাৰ শৰণীয়াৰ জিএছপিয়ে আগবঢ়াব প্ৰাৰ্থীত্ব
News

Bijni Ex. MP Hira Sarania:বিজনীত নৱ কুমাৰ শৰণীয়াৰ জিএছপিয়ে আগবঢ়াব প্ৰাৰ্থীত্ব

March 12, 2026
Ragging Incident in Cachar :কাছাৰত ৰেগিঙৰ অত্যাচাৰৰ বলি নৱোদয় বিদ্যালয়ৰ নবম শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
Crime

Ragging Incident in Cachar :কাছাৰত ৰেগিঙৰ অত্যাচাৰৰ বলি নৱোদয় বিদ্যালয়ৰ নবম শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু

March 12, 2026
Dibrugarh university :ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সভাক আলোচনালৈ আমন্ত্ৰণ কৰি অপমান শিক্ষামন্ত্ৰীৰ
News

Dibrugarh university :ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সভাক আলোচনালৈ আমন্ত্ৰণ কৰি অপমান শিক্ষামন্ত্ৰীৰ

March 12, 2026
দূষিত গাখীৰৰ সন্দেহ! অন্ধ্ৰপ্ৰদেশত ১৩ জনৰ মৃত্যু, বহু লোক অসুস্থ
News

দূষিত গাখীৰৰ সন্দেহ! অন্ধ্ৰপ্ৰদেশত ১৩ জনৰ মৃত্যু, বহু লোক অসুস্থ

March 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d