ৰাজ্যৰ নতুন মুখ্য সচিব হ’ব জিষ্ণু বৰুৱা

Jishnu Barua PS Power Govt of Assam323

■ ৰাজ্যৰ নতুন মুখ্য সচিব হ’ব জিষ্ণু বৰুৱা ৷
■ বৰ্তমানৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ৩১ অক্টোবৰত অৱসৰ গ্ৰহণ কৰিব ।
■ এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিলে ৰাজ্য চৰকাৰে।

Exit mobile version