অসমৰ মাটি বেদখল কৰা নাইঃমিজোৰাম

0d4e02d4 82d3 4e38 8059 5e35b80a89c5

অসম মিজোৰামৰ সীমান্ত সন্দৰ্ভত ভাৰত চৰকাৰৰ নিৰ্দেশত কৰিমগঞ্জ আৰু শিলচৰ উপায়ুক্তৰ মাজত বৈঠক৷

সেই মৰ্মে কৰিমগঞ্জত উপায়ুক্ত আনবামুথান এম পি আৰু মিজোৰামৰ মামিট জিলাৰ উপাযুক্তৰ ড° লালৰ’জামাৰ মাজত বৈঠকৰ আহ্বান ।

আনহাতে শিলচৰ আৰু কলশিবৰ মাজত বৈঠক অনুষ্ঠিত নহ’ল।

ইপিনে আজি ইছাবিল চাহবাগিছাৰ মেনেজাৰৰ বাংলাত হোৱা বৈঠকত উপস্থিত আছিল কৰিমগঞ্জৰ উপায়ুক্ত আনবামুথান এম পি আৰু মামিট জিলাৰ উপায়ুক্ত ড° লালৰ’জামা ৷

এই বৈঠকত মিজোৰামে বেদখল স্বীকাৰ কৰা নাই বুলি মন্তব্য কৰে ৷

লগতে সীমান্তত ব্যাপক সুৰক্ষা বাহিনী প্ৰত্যাহাৰ নকৰাৰ কথা সদৰী কৰে মিজোৰামে।

অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰৰ কাৰণে হেচাঁ দিয়ে মিজোৰামে ।

ইপিনে কৰিমগঞ্জৰ উপায়ুক্তই অসমৰ পৰা সকলো ঔষধ বিশেষ সুৰক্ষাৰ দ্বাৰা পঠোৱা হ’ব বুলি মন্তব্য কৰে।

Exit mobile version