দুৰ্গাপূজা ৰাইজে যোগাত্মকভাৱে পালন কৰিলেঃ ড° হিমন্ত বিশ্ব শৰ্মা

23 03 20 Guwahati Himanta Biswa Sarma Press Meet 1

Assam State Finance, Education, PWD, Health Family and Welfare Etc. Minister Himanta Biswa Sarma, addresses press conference announcing Assam state lockdown from 24th March after 6pm onwards in the wake of deadly coronavirus, at Janata Bhawan in Guwahati on 23-03-2020.Pix by UB Photos

জনতা ভৱনত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ।
সংবাদমেলত দুৰ্গাপূজা ৰাইজে যোগাত্মকভাৱে পালন কৰিলে বুলি মন্তব্য কৰে মন্ত্ৰী ড° শৰ্মাই।
লগতে ড° শৰ্মাই কৰ’না ভাইৰাছৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কয়

ছেপ্টেম্বৰত কৰ’নাত আক্ৰান্তৰ সংখ্যা আছিল ৩৬০০০ হাজাৰ ।

সুস্থ হোৱাত অসম দেশৰ ভিতৰতে৷দ্বিতীয় ৷

অসমত কৰ’নাত মৃত্যু হৈছে ৯২৬ জন লোক।

আনহাতে অসমলৈ অহা ব্যক্তিৰ ক্ষেত্ৰত নতুন SOP

ৰেল উৰাজাহাজেৰে অহা ব্যক্তিৰ বাবে এই SOP ৷

ইফালে ২৪ ঘন্টাত ভিতৰত কোনো ব্যক্তি বহিঃৰাজ্যলৈ গৈ ঘূৰি আহিলে টেষ্ট কৰাব নালাগে।

১০ বছৰ পৰ্য শিশুৰো টেষ্ট নহয় ৷

অনুসন্ধানকাৰী বিষয়া আহিলেও টেষ্ট কৰিব নালাগে ৷

উল্লেখযোগ্য যে ১আৰু ২ নবেম্বৰ দিনতো হ’ব যুগান্তকাৰী দিন। এই মন্তব্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷

কাৰণ ১আৰু ২নবেম্বৰত চাহ বাগিচা অঞ্চলত হ’ব ১০৪ খন হাইস্কুলৰ আধাৰশিলা৷

মুঠ ১১৯ খন চাহ বাগিচাৰ হাইস্কুল নিৰ্মাণ হ’ব ৷আনহাতে অহা শিক্ষাবৰ্ষৰ কাৰ্যকৰী হ’ব বিদ্যালয়সমূহ ৷

লগতে চিকিৎসা শিক্ষাৰ ১০০ খন আসন বৃদ্ধি ৷

ডিফু মেডিকেল কলেজত চলিত বৰ্ষৰ পৰা হ’ব নামভৰ্তি ৷

কোচ ৰাজবংশীৰ কাৰণে ৮ খন আসন সংৰক্ষণ,আহোম কাৰণে ৫ খন আৰু ৪ খন চুতীয়াৰ কাৰণে সংৰক্ষণ কৰা হৈছে ৷

 

Exit mobile version