ঘৰুৱা বজাৰত মাৰুতি চুজুকীৰ ১৯.৮ শতাংশ বিক্ৰীৰ হাৰ বৃদ্ধি

maruti suzuki ertiga

 

মাৰুতি চুজুকীয়ে একেৰাহে চাৰি মাহ ধৰি বিক্ৰীৰ হাৰ বৃদ্ধি কৰি ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে।
■ চলিত বৰ্ষৰ কাৰনিৰ্মাতাই ১৯.৮ শতাংশ বৃদ্ধি কৰিছে।
■অক্টোবৰ মাহত মাৰুতি চুজুকীয়ে ১,৪৪,২৭৭ ইউনিট গাড়ী বিক্ৰী কৰিছিল ।
■ চুইফট, ডিজায়াৰ, ৱেগনাৰ ইত্যাদি মডেলৰ গাড়ীৰ বিক্ৰী অধিক বৃদ্ধি ।

Exit mobile version