পিতৃ শ্বাহৰুখ খান আৰু বেষ্ট ফেণ্ডক একেলগে জন্মদিনৰ শুভেচ্ছা দি চৰ্চাত ছুহানা খান

d2ffd9c8 0fe2 4e30 8510 dd96235437ea

নতুন প্ৰজন্মৰ বলীউডৰ বেষ্ট ফেণ্ডসকলৰ ভিতৰত ছুহানা খান ,অনন্যা পাণ্ডে আৰু ছানায়া কাপুৰ অন্যতম।

কিন্তু এইবাৰ বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জীয়ৰী ছুহানা খানে ইনষ্টাগ্ৰামত ছানায়া খানাৰ লগতে পিতৃ শ্বাহৰুখ খানৰ এখন ফ’টো শ্বেয়াৰ কৰি লিখিছে “Love..Happy Birthday to my best friends”. ইয়াৰ পাছত চৰ্চাত আছে ছুহানা ৷

ছুহানাৰ এই প’ষ্টটোক ছানায়া কাপুৰে নিজৰ ইনষ্টাগ্ৰামত প’ষ্টটোত শ্বেয়াৰ কৰিছে ।

উল্লেখ্য যে আজি বাদশ্বাহ শ্বাহৰুখ খানে ৫৫ বছৰ অতিক্ৰম কৰাৰ লগতে ছানায়াই ২১বছৰ অতিক্ৰম কৰে ৷

আনহাতে ছুহানা,অন্যান্য আৰু ছানায়া কাপুৰ সাম্প্ৰতিক সময়ত বলীউডৰ বেষ্ট ফেণ্ডসকলৰ ভিতৰত অন্যতম ৷

তেওঁলোক তিনিও গৰাকী ষ্টাৰ কিডক সকলোৱে আখ্যা দিয়ে ত্ৰিমূৰ্ত্তি বুলি। ইপিনে শুক্ৰবাৰে অন্যান্য পাণ্ডেই ২২ বছৰীয়া জন্মদিন পালন কৰে।

Exit mobile version