” প্ৰকৃত প্ৰত্যাহ্বানত আছে প্ৰকৃত আনন্দ”

610d12f5 46a4 4e8a b119 2049f2bf73c7

ৰয়েল চেলেঞ্জ বেংগালুৰুে শনিবাৰে ছান ৰাইজাৰ্ছ হাইদৰাবাদৰ হাতত পাঁচটা উইকেট হেৰুৱাই ।

ইয়াৰ মাজতে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে টুইটাৰত এটি অনুপ্ৰেৰণা মূলক এটি প’ষ্ট শ্বেয়াৰ কৰে ৷

কোহলীয়ে টুইট কৰে “Real Fun is in Real Challenge” ৷

ইয়াৰ পাছতে RCB ৰ অফিচিয়েল পেইজেও বিৰাট কোহলীৰ প’ষ্টক শ্বেয়াৰ কৰি লিখে “যেতিয়া দলৰ অধিনায়কে কয়” প্ৰত্যাহ্বান স্বীকাৰ কৰা হ’ল” এতিয়া পুনৰ অনুষ্ঠানটো উপভোগ কৰাৰ সময় ৷

আনহাতে প্ৰত্যাহ্বানেৰে ভৰা পৰিবেশত খেলখন আগবঢ়াই নি ভাল পায় ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়ে ৷ইয়াৰ মাজতে আজি বিৰাটৰ কাৰণে আছে বিশেষ অগ্নিপৰীক্ষা ।কাৰণ আজি IPL ৰ Playoff লৈ যাবলৈ হ’লে Delhi Capitals ক পৰাজয় কৰিব লাগিব ৷গতিকে আজি বিৰাট কোহলীয়ে কেনে ধৰণৰ ৰণনীতিৰে খেল পথাৰত নিজৰ দলক অধিনায়কত্ব কৰে সেয়াহে হ’ব লক্ষ্যণীয় ।

Exit mobile version