Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

    বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে

    বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ

    মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম

    জীৱন-যাপনৰ ব্যয়বৃদ্ধি আৰু জনসেৱাৰ দুৰৱস্থাৰ প্ৰতিবাদত ফ্ৰান্সত বিক্ষোভৰ হিংসাত্মক ৰূপ

    অৱতৰণৰ পূৰ্বে বিপত্তি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানৰ, ১৪৮ যাত্ৰীসহ নিৰাপদে অৱতৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Tragic road accident in Dhar district of Madhya Pradesh:মধ্যপ্ৰদেশৰ ধাৰৰ তিৰলাত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল শিশু সহ ১৬জন লোক,১৬ আহত

শ্ৰমিক ভৰ্তি এখন পিকআপ আৰু স্কৰপিঅ'ৰ সৈতে সংঘর্ষ হয়

publisher by publisher
April 30, 2026
in National, News
Reading Time: 1 min read
0
Tragic road accident in Dhar district of Madhya Pradesh:মধ্যপ্ৰদেশৰ ধাৰৰ তিৰলাত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল শিশু সহ ১৬জন লোক,১৬ আহত
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

Tragic road accident in Dhar district of Madhya Pradesh:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-মধ্যপ্ৰদেশৰ ধাৰৰ তিৰলাত ভয়ংকৰ পথ দুৰ্ঘটনা I  ধাৰ জিলাৰ তিৰলাৰ সমীপত শ্ৰমিক কঢ়িয়াই অনা এখন পিকআপ ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে। ফলত শিশু সহ ১৬ লোকৰ কৰুণ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় ১৬ জন লোক। দুৰ্ঘটনাগ্ৰস্ত পিকআপ বাহন খনত আছিল প্ৰায় ৩৫ৰ পৰা ৪০জন লোক। ঘটনা সংঘটিতৰ পিছতে দুৰ্ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ আহতসকলক গাড়ীৰ পৰা উলিয়াই আনি চিকিৎসালয়লৈ লৈ যায়। ।

ADVERTISEMENT

উল্লেখ্য যে শ্ৰমিক কঢ়িওৱা পিকআপ ট্ৰাক খন আমঝেৰা অভিমুখে গৈ থকা পথত নিয়ন্ত্ৰণ হেৰুৱাই পথতে বাগৰি পৰে। ইয়াৰ পিছতে সন্মুখৰ ফালৰ পৰা পৰা আহি থকা তীব্ৰবেগী স্ক’ৰপিঅ’ বাহন খনে প্ৰচণ্ড খুন্দা মৰাৰ ফলত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটি । নিহত আটাইইে আমঝেৰা অঞ্চলৰ বিভিন্ন গাঁৱৰ বাসিন্দা । বেছিভাগ শ্ৰমিক আৰু শিশু দুৰ্ঘটনাগ্ৰস্ত পিকআপ বাহন খনৰ যাত্ৰী আছিল । কাম কৰি ঘৰলৈ উভতি আহিছিল।

আনহাতে এই পথ দুৰ্ঘটনাক গভীৰ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেন্দ্ৰীয় চৰকাৰে মৃতকৰ পৰিয়ালক ২ লাখ আৰু আহতক ৫০,০০০ টকাকৈ এককালীন সাহায্য প্ৰদানৰ ঘোষণা কৰে ৷এই পথ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে’ এক্সত উল্লেখ কৰে যে , “মধ্যপ্ৰদেশৰ ধৰত সংঘটিত হোৱা দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ খবৰ পাই মই গভীৰভাৱে দুখী হৈছো। এই দুৰ্ঘটনাত আপোনজনক হেৰুৱাই পেলোৱাসকলৰ প্ৰতি মোৰ গভীৰ শোক প্ৰকাশ কৰিছো। আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো।”

ইপিনে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড:মোহন যাদৱে। ৰাজ্য চৰকাৰে মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাকৈ আৰু আহতসকলক ১ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। ইন্দোৰৰ সংমণ্ডল আয়ুক্ত আৰু মহাপৰিদৰ্শকক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। আটাইকেইজন আহত লোককে বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হ’ব। ধাৰৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী কৈলাশ বিজয়বৰ্গীয়াইও এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ মৃতকৰ পৰিয়ালৰ বাবে আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিছে। ইফালে তিৰলা আৰক্ষী থানাই ঘটনাৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 16 death16 InjureddharMADHYA PRADESHTragic Road Accident
publisher

publisher

Related Posts

জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ
International

October 20, 2026
বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে
India

বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে

October 20, 2026
বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ
India

বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ

October 20, 2026
মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম
Assam

মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম

October 20, 2026
জীৱন-যাপনৰ ব্যয়বৃদ্ধি আৰু জনসেৱাৰ দুৰৱস্থাৰ প্ৰতিবাদত ফ্ৰান্সত বিক্ষোভৰ হিংসাত্মক ৰূপ
International

জীৱন-যাপনৰ ব্যয়বৃদ্ধি আৰু জনসেৱাৰ দুৰৱস্থাৰ প্ৰতিবাদত ফ্ৰান্সত বিক্ষোভৰ হিংসাত্মক ৰূপ

October 20, 2026
অৱতৰণৰ পূৰ্বে বিপত্তি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানৰ, ১৪৮ যাত্ৰীসহ নিৰাপদে অৱতৰণ
India

অৱতৰণৰ পূৰ্বে বিপত্তি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানৰ, ১৪৮ যাত্ৰীসহ নিৰাপদে অৱতৰণ

October 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d