মহানগৰৰ ক্ষেত্ৰীত Indo-Israel Centre of Excellence for Vegetables Protected Cultivationৰ আধাৰশিলা স্থাপন

1

■ অসমৰ কৃষকসকলৰ উত্তৰণৰ দিশত এক শক্তিশালী পদক্ষেপ গ্ৰহণ ।
■ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল আৰু ইজৰাইলৰ ৰাষ্ট্রদূত ড° ৰণ মালকাই কামৰূপ
(মহানগৰ) জিলাৰ ক্ষেত্ৰীত Indo-Israel Agricultural Project-ৰ অধীনত আনুষ্ঠানিকভাৱে Indo-Israel Centre of Excellence for Vegetables Protected Cultivationৰ আধাৰশিলা স্থাপন কৰে ৷
■ ৮ হেক্টৰ ভূমিত ১০.৩৩ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া এই কেন্দ্রত হাই-টেক গ্রীণ হাউছ, স্বয়ংক্রিয় জলসিঞ্চন ব্যৱস্থা, কীট-পতংগ প্ৰতিৰােধী বিশেষ গৃহ, বিক্রী কেন্দ্র, বতৰ কেন্দ্ৰ আদিৰ সুব্যৱস্থা থাকিব ৷
■ তদুপৰি, গােটেই বছৰজুৰি খেতিয়কসকলক প্রশিক্ষণ প্রদান কৰা হ’ব ৷

Exit mobile version