ডুবাইৰ বুৰ্জ খলিফাত শ্বাহৰুখৰ জন্মদিনৰ শুভেচ্ছা জনালে আকর্ষণীয় ভাৱে

86286f42 de5c 49ca a25e ab8cadc5ec8b

সোমবাৰে বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জন্মদিন এটা বিশেষ পোষ্টত সমাপ্ত হয় । কি হ’ব পাৰে, সেয়া নিশ্চয় আপুনিও ভাবিছে ! সোমবাৰে অভিনেতাজনৰ জন্মদিন উপলক্ষে ডুবাইৰ আকাশচুম্বী বুৰ্জ খলিফাত শ্বাহৰুখক ৫৫ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনোৱা হয় ।

সম্প্ৰতি চলি থকা আইপিএলৰ বাবে অভিনেতাজন পৰিয়ালৰ স’তে ডুবাইত আছে । নিজৰ জন্মদিনৰ শুভেচ্ছা এনেদৰে পোৱাৰ পিছত শ্বাহৰুখ খানে লিখে এনেদৰে, “বিশ্বৰ সকলোতকৈ ওখ আৰু ডাঙৰ পৰ্দাত নিজকে দেখিলে খুব ভাল লাগে । ধন্যবাদ আৰু সকলোলৈকে বহু মৰম । “

গৌৰী খানৰ ভতিজী আলিয়া চিব্বাই চুপাৰষ্টাৰ জনৰ জন্মদিন উদযাপনৰ কিছু মুহূৰ্ত ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে । মন কৰক সোমবাৰে অভিনেতাজনৰ জন্মদিন উদযাপনৰ কিছু ফটো

 

Exit mobile version