তুংগত বিটিচিৰ নিৰ্বাচনী বতাহ

db0d4330 0cdb 4785 9417 9d3c9f64391c

●আজি ওদালগুৰিত ইউপিপিএলৰ বিশাল পৰিৱৰ্তন সমদল ৷

●কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে এই পৰিৱৰ্তন সমদলত ৷

●ওদালগুৰি গোলমাগাঁৱৰ পৰা আৰম্ভ হয় এই সমদল৷

●তিনিটা পৰিষদীয় সমষ্টি ক্ৰমে ভৈৰৱকুণ্ড, হৰিশিঙা আৰু ধনশ্ৰী ভ্ৰমণ কৰে সমদলটিয়ে ৷

●সমদলত অংশগ্ৰহণ কৰে ইউপিপিএল নেতা গোবিন্দ বসুমতাৰীয়ে ৷

●ইউপিপিএলে সংখ্যাগৰিষ্ঠ আসনেৰে বিটিচি দখল কৰিবঃ গোবিন্দ

●হাগ্ৰামাৰ নেতৃত্বত বিপিএফে ১৭ বছৰে অপশাসন চলালেঃ গোবিন্দ

●বিপিএফ বিৰোধী ঢৌৰ মাজতে হাগ্ৰামাই টকাৰ জোঁৰত জয়ী হবলৈ চেষ্টা চলাইছেঃ গোবিন্দ

●বিটিচিত বিজেপিৰ শক্তি নাই, তেওঁলোকে যিমান পৰিকল্পনা কৰিলেও বিটিচিত জয়ী হব নোৱাৰেঃ গোবিন্দ

●বিটিচি নিৰ্বাচন শান্তিপূৰ্ণ, গণতান্ত্ৰিকভাৱে অনুষ্ঠিত হ’ব ; ইয়াত কোনো ধৰণৰ হিংসাৰ স্থান নাইঃ গোবিন্দ

Exit mobile version