ধনৰ বিনিময়ত জে ই ই পৰীক্ষা উত্তীৰ্ণ হোৱা নীল নক্ষত্ৰ, চিকিৎসক পিতৃসহ মুঠ পাঁচ জনক জেললৈ প্ৰেৰণ

5371f1a8 2803 4384 8078 8aaba6f3c123

#ধনৰ বিনিময়ত জে ই ই পৰীক্ষা উত্তীৰ্ণ হোৱা নীল নক্ষত্ৰ দাস , চিকিৎসক পিতৃ জ্যোতিময় দাস, পৰীক্ষা নিয়ন্ত্ৰণক হেমেন্দ্ৰ নাথ শৰ্মা, টি চি এছৰ কৰ্মচাৰী প্ৰাঞ্জল কলিতা, মুকুণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ কৰ্মচাৰী নীনকমল পাঠকক জেললৈ প্ৰেৰণ |

#পাঁচ দিনৰ আৰক্ষীৰ জিম্মাৰ অন্তত মংগলবাৰে তদন্তকাৰী দলে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল পাঁচ অভিযুক্তক|

# টি চি এছৰ পৰীক্ষা নিয়ন্ত্ৰণক হেমেন্দ্ৰ নাথ শৰ্মাক আৰক্ষীয়ে পুনৰ পাঁচ দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে সেই আবেদন খাৰিজ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে |

Exit mobile version