গাড়ীখনৰ মূল্য আৰম্ভ হৈছে ৭৬.৭০ লাখৰ পৰা ।
■ ভাৰতত মুকলি হ’ল Mercedas-AMG GLC 43 Coupe ।
■ পুনেৰ Chakan plant ত কোম্পানীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে।
■ গাড়ীখনৰ মূল্য ৭৬.৭০ লাখ।
■ ভাৰতত নিৰ্মিত AMG মডেলৰ এই গাড়ীখন মুকলি কৰা হৈছে । লগতে গাড়ীখন ৩.০ লিটাৰ V6 ইঞ্জিনযুক্ত।
■ বহু সুবিধাৰ স’তে কে’বাটাও ৰঙত উপলব্ধ হ’ব গাড়ীখন – Obsidian Black, Brilliant Blue, Graphite Grey, Polar White, designo Hyacinth Red আৰু designo Selenite Grey magno.
ভাৰতীয় বজাৰত মুকলি কৰা হ’ল Mercedas-AMG GLC 43 Coupe
