ভিয়েনাত গুলিচালনাত নিহত এজন, আহত বহু

WhatsApp Image 2020 11 03 at 11.00.56 AM

■ ভিয়েনাত সোমবাৰে এক গুলিচালনাৰ ঘটনাত কমেও এজন লোক নিহত হয় আৰু কে’বাজনো আহত হয়। অষ্ট্ৰিয়ান আভ্যন্তৰীণ মন্ত্ৰীয়ে এই ঘটনাক সন্ত্ৰাসবাদী আক্ৰমণ আখ্যা দিছে ।
■ ভিয়েনা আৰক্ষীৰ মতে বহুলোক ঘটনাত জড়িত থকা বুলি সন্দেহ কৰা হৈছে আৰু ছটা স্থানত ঘটনা সংঘটিত হৈছে ।
■ চেণ্ট্ৰেল ভিয়েনাৰ এক বৃহৎ অংশ ঘেৰাও কৰা হৈছে তথা বহু পৰিমাণে আৰক্ষী নিয়োগ কৰা হৈছে।

Exit mobile version