মোৰ বাৰ্তা সাধাৰণ, এই দেশৰ পৰিবৰ্তন আপোনালোকৰ হাততে আছে : জ’ বাইদেন

200401 2x1 donald trump joe biden ew 1155a 783b2a335319d054c2820d7d80ebc3a9.fit 760w

◆কৰ’না প্ৰতিহত কৰিবলৈ ডনাল্ড ট্ৰাম্পৰ পৰাজয় নিশ্চিত কৰিব লাগিব । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ট্ৰাম্পৰ প্ৰতিপক্ষ ডেমক্ৰেটিক দলৰ জ’ বাইদেনে এইদৰে কয়।

◆এক আবেগিক ভাষণত বাইদেনে কয় যে বিগত চাৰি বছৰত প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে ট্ৰাম্প ।

◆ মোৰ বাৰ্তা সাধাৰণ । এই দেশৰ পৰিবৰ্তন আপোনালোকৰ হাততে আছে ।

◆ ট্ৰাম্পে আমেৰিকানে ভোট দিয়াটো নিবিচাৰে । কেৱল ধনী সকলে ভোট দিয়াটো বিচাৰে । কিন্তু তেওঁ কাকো বাধা দি ৰাখিব নোৱাৰিব । এইদৰে কয় বাইদেনে ।

Exit mobile version