৯৪ খন আসনৰ বাবে বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ

WhatsApp Image 2020 11 03 at 11.40.53 AM

■ আজি অনুষ্ঠিত হৈছে বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া । ক’ভিদ সম্পৰ্কীয় নীতি নিয়ম মানি চলি অনুষ্ঠিত কৰা হৈছে নিৰ্বাচন ।

■ ৰাজ্যৰ মুঠ ২৪৩ খন আসনৰ ভিতৰত ৯৪ খন আসনৰ বাবে আৰম্ভ হৈছে এই ভোটগ্ৰহণ ।

■ এনডিএ চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কঠিন পৰিস্থিতিৰ মাজতে এই নিৰ্বাচনৰ প্ৰচাৰ চলাইছিল । মুখ্যমন্ত্ৰী নীতিশ কুমাৰ চৰকাৰী পক্ষৰ প্ৰাৰ্থী। নৰেন্দ্ৰ মোদীয়ে ৰাজ্যত এই পৰ্যন্ত ১০ টা ৰেলীত অংশগ্ৰহণ কৰে ।

■ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব ৭ নৱেম্বৰত । ইয়াৰ পিছত ১০ নৱেম্বৰত ভোটগণনা হ’ব ।

Exit mobile version