চাওঁ আহক দেশত কৰ’না ভাইৰাছৰ কিছু শেহতীয়া তথ্য

Coronavirus 1

■ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰনালয়ৰ তথ্য অনুসৰি মঙলবাৰে ভাৰতত নতুনকৈ ৩৮,৩১০ টা কৰ’নাত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ।
■ বিগত ২৪ ঘণ্টাত ৪৯০ তকৈ অধিক লোকৰ মৃত্যু হোৱাৰ পিছত মৃতকৰ সংখ্যা ১,২৩,০৯৭লৈ বৃদ্ধি পায় ।
■ সম্প্ৰতি দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৮২,৬৭,৬২৩ জন।
■ সোমবাৰে কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা লোকৰ সংখ্যা ৫৪১,৪০৫ ৰ পৰা ৫৬১,৯০৮ লৈ বৃদ্ধি পায় । যোৱা মঙলবাৰ পর্যন্ত দেশত প্ৰত্যেকদিনাই ৩৬,৪৭০ টা নতুন আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ পাইছিল।
■ বৰ্তমান কেৰেলা আৰু কৰ্ণাটকত আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছে কৰ’নাত।
■ দেশত এই পর্যন্ত ৭,৬০৩,১২১ জন কৰ’নাত আক্ৰান্ত লোক সুস্থ হৈ উঠিছে ।
■ সোমবাৰ আৰু মঙলবাৰে ৫৮,৩২৩ জন লোকক চিকিৎসালয়ৰ পৰা ডিচাৰ্জ দিয়া হয় ।

Exit mobile version