- যোৱা নিশা ১বাজি ১৩ মিনিটত ৪.৪ মেগনিটিউডৰ এক ভূমিকম্পই গুৱাহাটীকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চল জোঁকাৰি যায়।
- নেছনেল চেণ্টাৰ ফ’ৰ ছিচম’ল’জিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ হৈছে মেঘালয়ৰ পশ্চিম খাছী হিল্ছৰ পৰা প্ৰায় ২২ কিলোমিটাৰ আঁতৰত।
- ৪.৪ ৰ প্ৰাবল্যৰ ভূমিকম্পটোৰ পৰা কোনো ক্ষয় ক্ষতিৰ সন্মুখীন হোৱা নাই ৰাজ্যবাসী ৷
ৰাজ্যত পুনৰ ভূমিকম্পৰ জোঁকাৰণি
-
By publisher
- Categories: Assam, News
- Tags: AssamEarthquake
Related Content
Vijoy Mallya:ফ্ৰান্সৰ পৰা প্রৱঞ্চক ব্যৱসায়ী মালিয়াক আনিব ভাৰতলৈ চর্তহীন প্রত্যর্পণ দাবী ভাৰতৰ
By
publisher
April 27, 2024
WhatsApp Could Soon Be Banned In India:শীৰ্ঘেই ভাৰতত নিষিদ্ধ হ'ব পাৰে হোৱাটচআপ (WhatsApp) !
By
publisher
April 27, 2024