কালাপাহাৰত মুকলি কৰা হ’ল ক’ভিড চিকিৎসালয়

123366440 10158036837468983 7667043537228287524 n

■ অতিমাৰী কৰ’নাৰ বিৰুদ্ধে অসম অসম স্বাস্থ্য বিভাগৰ আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ ।
■ গুৱাহাটীৰ কালাপাহাৰত আজি ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে অত্যাধুনিক সুবিধাযুক্ত ক’ভিড কেয়াৰ হস্পিতাল উদ্ধোধন কৰে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।


■ কালাপাহাৰ ক’ভিড চিকিৎসালয় খনত ১৬০ খন অত্যাধুনিক বিচনাযুক্ত সুবিধাৰ স’তে আইচিইউৰ সুবিধা, অক্সিজেনৰ সুবিধা, ভেন্টিলেটৰ, ডায়েলাইচিছ ইউনিট, লেবৰটৰী আৰু এক্স-ৰেৰ সুবিধা আছে ।
■ চিকিৎসালয়খনত চিকিৎসকে ২৪ ঘণ্টাই স্বাস্থ্যসেৱা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে ।

Exit mobile version