আকাশৰ বিশাল শূন্যতা আৰু কংক্ৰিটৰ উশাহ বন্ধ হোৱা কৃত্ৰিমতা

Screenshot 40

মহানগৰীৰ বিশাল কংক্ৰিটৰ ঊৰ্ধমুখী অট্টালিকা বোৰ আৰু পাৰ নোপোৱা যান-বাহনৰ শব্দই কেতিয়াবা উশাহ বন্ধ হোৱা সদৃশ সমস্যাৰ সৃষ্টি কৰে । কৃত্ৰিমতা বোৰৰ স’তেই প্ৰায়ে পাৰ কৰিবলগীয়া হয় মহানগৰৰ জীৱন । এনে পৰিৱেশ ৰাজ্যৰ আন আন স্থানতো ক্ৰমান্বয়ে বৃদ্ধি পাইছে । মন কৰক গুৱাহাটীৰ জি এছ ৰোডৰ দৃশ্য।

Exit mobile version