বিটিচি বিজেপিয়ে দখল কৰিব বুলি কৰা মন্ত্ৰী হিমন্তৰ মন্তব্য অমূলকঃ অঞ্জলী দৈমাৰী

e93b4cca c72d 4fcb 8836 29458c48fbad

ওদালগুৰিত বিপিএফ নেত্ৰী অঞ্জলী দৈমাৰীৰ বিস্ফোৰণ

মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰত্যুত্তৰ দৈমাৰীৰ

বিটিচি বিজেপিয়ে দখল কৰিব বুলি কৰা হিমন্তৰ মন্তব্য অমূলকঃ দৈমাৰী

বিজেপিয়ে পৰিষদ দখল কৰিবলৈ হ’লে কমেও ২০ খন আসন দখল কৰিব লাগিব৷

হিমন্ত‌ই মোক ফেক্টৰ বুলি ভবা কাৰণে তেওঁক ধন্যবাদ দিছো।

হিমন্তই অঞ্জলী দৈমাৰীক ফেক্টৰ বুলি ভবাৰ বাবেহে প্ৰথম নিৰ্বাচনী সভাতেই মোৰ নাম লৈছে ৷

লগতে অঞ্জলী দৈমাৰীয়ে কয় ৰঞ্জন দৈমাৰীক বিটিআৰ চুক্তিৰ নামত ব্যৱহাৰ কৰা হৈছে ৷

চুক্তিখন স্বাক্ষৰৰ বাবেহে তেওঁক দুদিনৰ বাবে জেলৰ পৰা মুকলি কৰা হৈছিল ৷

ওদালগুৰিৰ ধনশ্ৰীঘাট পৰিষদীয় সমষ্টিৰ এক বিশাল মহিলাৰ সভাত অংশ লৈ এই মন্তব্য কৰে অঞ্জলী দৈমাৰীয়ে ৷

Exit mobile version