Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বিদায়ী ট্ৰাম্পৰ আজীৱন ব্যয় বহন কৰিব আমেৰিকাৰ জনতাই

publisher by publisher
November 9, 2020
in News
Reading Time: 1 min read
0
প্ৰবাসীৰ বাবে দুৱাৰ বন্ধ আমেৰিকাৰ
1
SHARES
12
VIEWS
ShareShareShareShare

অৱশেষত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত হ’ল ড’নাল্ড ট্ৰাম্প । পৰৱৰ্তী আঢ়ৈ মাহৰ ভিতৰতে তেওঁ ত্যাগ কৰিব লাগিব হোৱাইট হাউছ । চৰকাৰী দায়িত্বৰ পৰা কমেও চাৰি বছৰ দূৰত থাকিব লাগিব, বৰঞ্চ ল’ব লাগিব অৱসৰ । হোৱাইট হাউছৰ পৰ্বত-সম বিলাসিতা আৰু সা-সুবিধাৰ পৰা বঞ্চিত হ’লেও এতিয়াৰ পৰা ট্ৰাম্পৰ বিয়োগম আকাৰৰ খৰচ বহন কৰিব লাগিব আমেৰিকান নাগৰিকসকলে । কিয়নো ৰাষ্ট্ৰপতি পদত্যাগ কৰিবলৈ বাধ্য হ’লেও বিদায়ী ট্ৰাম্পৰ বাবে এতিয়াৰ পৰা আমেৰিকাৰ চৰকাৰে বিপুল পৰিমাণৰ ধন ব্যয় কৰিব লাগিব । প্ৰাক্তন ৰাষ্ট্ৰপতি ৰূপে ট্ৰাম্পে আজীৱন লাভ কৰিব শকত অংকৰ পেঞ্চন ।

ADVERTISEMENT

ইয়াৰ উপৰি তেওঁ লাভ কৰিব আমেৰিকাত নিজৰ কাৰ্যালয় পৰিচালনা কৰাৰ বাবে বিলাসী অঞ্চলৰ বিশাল ভূমি। ইয়াৰ যাৱতীয় খৰচ চৰকাৰে বহন কৰিব । আনকি উক্ত কাৰ্যালয়ত কাম কৰা সকলো কৰ্মচাৰীয়ে লাভ কৰিব চৰকাৰী দৰমহা । কেৱল সেয়াই নহয়, এতিয়াৰ পৰা প্ৰাক্তন ৰাষ্ট্ৰপতি ৰূপে ট্ৰাম্পে আমেৰিকাৰ চৰকাৰৰ পৰা প্ৰচুৰ ভ্ৰমন বানচ আৰু টেলিফোনৰ বিলৰ বাবদ বিপুল পৰিমাণৰ ডলাৰ । লগতে আজীৱন লাভ কৰিব ট্ৰাম্পৰ লগতে তেওঁৰ পৰিয়াল বাবে ছিক্ৰেট ছাৰ্ভিচ নিৰাপত্তাৰ সুবিধা ।

RelatedPosts

Donald Trump : ডনাল্ড ট্ৰাম্প পুনৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হ’বলৈ সাজু !

এই সকলোবোৰ খৰচ আয়কৰ জমা দিয়াৰ মাধ্যমেৰে দেশখনৰ সাধাৰণ জনতাই বহন কৰিব লাগিব । অকল ট্ৰাম্পেই নহয়, তেওঁ পূৰ্বৰ অৱসৰ গ্ৰহণকাৰী ৪৪ জন আমেৰিকান ৰাষ্ট্ৰপতিয়েও আজীৱন এইবোৰ সা-সুবিধা লাভ কৰিছিল । আমেৰিকাৰ প্ৰতি বছৰ বাজেটত এইসকল প্ৰাক্তন ৰাষ্ট্ৰপতিৰ বাবে চৰকাৰী পুঁজিৰ পৰা পেঞ্চনসহ এই সকলোবোৰ সুবিধাৰ ক্ষেত্ৰত বিপুল অংকৰ ধন আৱন্তিত থাকে । আমেৰিকাৰ সংবিধান অনুসৰি, প্ৰথম ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্বিংটনৰ দিনৰ পৰাই এই নিয়ম চলি আহিছে । ৰাষ্ট্ৰপতিৰ কেবিনেটৰ সদস্যসকলৰ এতিয়াৰ দৰমহাৰ দৰেই সকলো ৰাষ্ট্ৰইতিয়েই সংবিধান অনুসৰি বেতন লাভ কৰে ।

২০১৭ত সেই পৰিমাণ আছিল বছৰি ২ লাখ সাত হেজাৰ আঠশ ডলাৰ । ইয়াৰ ভিতৰত অৱশ্যে অন্যান্য বানচ-বকেয়া আদি নাছিল । ২০১৮ত মাৰ্কিন কংগ্ৰেছত যি বাজে প্ৰস্তাৱ জমা দিয়া হৈছিল, তাত প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ কাৰ্যালয়ৰ স্থানৰ বাবে ব্যয় দেখুওৱা হৈছিল পাঁচ লাখ ৩৬ হেজাৰ ডলাৰ । আন এজন প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ এইছ ডব্লিউ বুশ্বৰ ভ্ৰমন বানচ আৱণ্টন দিয়া হৈছিল ৬৮ হেজাৰ ডলাৰ । আমেৰিকাৰ সংবিধানে প্ৰক্তন ৰাষ্ট্ৰপতিসকলৰ স্বামী বা পত্নীক শকত অংকৰ পেঞ্চন লাভৰ সুবিধা দিছে ।

বছৰি ২০ হেজাৰ ডলাৰ তেওঁলোকে লাভ কৰে আজীৱন । সেইদৰে তেওঁলোকে ভ্ৰমণ, টেলিফোন আৰু যোগাযোগ ৰক্ষাৰো যাৱতীয় খৰচ লাভ কৰে । ২০১৫ত প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰ আৰু তেওঁৰ পৰিয়ালৰ নিৰাপত্তাৰ বাবে আবণ্টন দিয়া হৈছিল দুপ লাখ ডলাৰৰ অধিক । উক্ত খৰচ আন এজন প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বৰ ক্ষেত্ৰত আছিল আঠ লাখ ডলাৰ । এইবোৰৰ উপৰি আমেৰিকাৰ প্ৰক্তন ৰাষ্ট্ৰপতিসকলে আত্মজীৱনী লিখি, কোনো নাম জ্বলা কৰ্পৰেট হাউছৰ পৰিচালন ব’ৰ্ডৰ সদস্য হৈ বা বিশ্বৰ বিভিন্ন প্ৰন্তত আমন্ত্ৰণী বক্তৃতা দিও প্ৰচুৰ ডলাৰ উপাৰ্জন কৰিব পাৰে । আমেৰিকাৰ সংবিধানত সেই অধিকাৰ দিয়া হৈছে ।

অৱসৰৰ পাছত কেৱল বিভিন্ন স্থানত বক্তৃতা দিয়েই প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে উপাৰ্জন কৰিছিল ছয় কোটি ৫০ লাখ ডলাৰ । সেইদৰে আত্মজীৱনী লিখি তেওঁ লাভ কৰিছিল এক কোটি ৫০ লাখ ডলাৰ । এই সকলোবোঐ সুযোগ সদ্য-বাদায়ী ট্ৰাম্পেও লাভ কৰিব । উল্লেখ্য যে ভোট গণনাৰ গতি-বিধি দেখিও সহজে নিজৰ পৰাজয় মানি ল’ব পৰা নাছিল ট্ৰাম্পে । তথাপি হয়তো ভোট গণনাৰ শেষসময়ত তেওঁ নিজৰ কপালৰ লিখন পঢ়িবলৈ সক্ষম হৈছিল ।

ইখনৰ পাছত সিখন ৰাজ্যত পৰাজয়ৰ বাতৰিয়ে তেওঁক যথেষ্ট হতাশ কৰি তুলিছিল । সেই হতাশা দূৰ কৰাৰ বাবেই ট্ৰাম্পে শনিবাৰৰ দিনটোৰ যথেষ্ট সময় তেওঁৰ প্ৰিয় খেল গ’ল্ফ খেলি অতিবাহিত কৰে । যেতিয়াই সময় পায়, তেতিয়াই অৱসৰ বিনোদনৰ বাবে ভাৰ্জিনিয়াত থকা নিজৰ গ’ল্ফ ক’ৰ্চত উপস্থিত হয় ট্ৰাম্প । কালি অৱশ্যে বিনোদনৰ বাবে নহয়, ভোট গণনাৰ উদ্দেগ দূৰ শৰিবৰ বাবেই তেওঁ হাতত তুলি লয় গ’ল্ফৰ ষ্টিক । সেই সময়ত চাৰিওফালৰ পৰা কেৱল পৰাজয়ৰ খবৰেই আহি আছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: american constitutionex president
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d