‘মই হিমন্তক ক্ষমা কৰি দিছো’ : হিমন্তৰ বুঢ়া আঙুলি সম্পৰ্কত আজমলৰ প্ৰতিক্ৰিয়া প্ৰকাশ

WhatsApp Image 2020 11 10 at 8.36.45 PM

সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক যুৱ মৰ্চা কাৰ্য নিৰ্বাহকত উপস্থিত হৈ সাংসদ বদৰুদ্দিন আজমলে মন্তব্য আগবঢ়ায় । মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ভাতৃ আখ্যা দি মন্ত্ৰী গৰাকীক ক্ষমা কৰা বুলিও মন্তব্য কৰে সাংসদ গৰাকীয়ে । আনহাতে হিমন্তৰ বুঢ়া আঙুলি সম্পৰ্কত আজমলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়-
■ ‘মই হিমন্তক ক্ষমা কৰি দিছো’ ।
■ হিমন্ত বিশ্বৰ মানসিক চিকিৎসাৰ প্ৰয়োজন ।
■ প্ৰয়োজনত হস্পিতালত হিমন্তৰ বিনামূলীয়া চিকিৎসা কৰিব আজমলে ।
■ হিমন্ত মোৰ সৰু ভাতৃ, অলপ ঠাণ্ডা হোৱা প্ৰয়োজন ।
■ ২১ত ক্ষমতালৈ আহিব বিৰোধী মহাজোঁটবন্ধন।
■ ক্ষমতালৈ আহিলে বিজেপিয়ে সভা কৰাৰ দৰেই মহাজোঁটৰ চৰকাৰেও কলাক্ষেত্ৰত কৰিব সভা ।
■ বিহাৰৰ নিৰ্বাচনত EVM জিন্দাবাদ । আজমল
■ হিমন্ত, মোদীৰ দৰে এক্সপাৰ্ট থকালৈকে EVM জিন্দাবাদ ।

Exit mobile version