অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিল অৰ্ণৱ গোস্বামী

WhatsApp Image 2020 11 11 at 5.18.29 PM

অৱশেষত জামিন লাভ কৰিলে ৰিপাব্লিক টিভি মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে ৷

আজি উচ্চতম ন্যায়ালয়ে গোস্বামীৰ জামিন আবেদন মঞ্জুৰ কৰে ৷

৫০ হাজাৰ টকাৰ Furnish Bonds দি জামিন লাভ অৰ্ণৱ গোস্বামীৰ ৷

উল্লেখযোগ্য যে ৪ নবেম্বৰত আনভয় নাইক আৰু তেওঁৰ মাতৃক আত্মহত্যা কৰাৰ প্ৰৰোচনা আৰু টকাৰ লেনদেনৰ পৰিপেক্ষিতত গ্ৰেপ্তাৰ কৰা হৈছিল গোস্বামীক।

Exit mobile version