অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে ড° ৰমেশ চন্দ্ৰ চুতীয়াই ৷
মনোৰঞ্জন কাকতিৰ ঠাইত অসম উচ্চতৰ মাধ্যমিকৰ শিক্ষা সংসদৰ সচিব হিচাপে নিযুক্তি লাভ কৰিছে ড° চুতীয়াই ।
ড° চুতীয়াই সচিব হিচাপে আজিৰে পৰা দায়িত্ব লৈছে ৷
© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.