ড° ৰমেশ চন্দ্ৰ চুতীয়াক অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব হিচাপে নিযুক্তি

WhatsApp Image 2020 11 11 at 2.50.30 PM

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে ড° ৰমেশ চন্দ্ৰ চুতীয়াই ৷

মনোৰঞ্জন কাকতিৰ ঠাইত অসম উচ্চতৰ মাধ্যমিকৰ শিক্ষা সংসদৰ সচিব হিচাপে নিযুক্তি লাভ কৰিছে ড°  চুতীয়াই ।

ড° চুতীয়াই  সচিব হিচাপে আজিৰে পৰা দায়িত্ব লৈছে ৷

Exit mobile version